মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ তিনি হাজাৰ লোকক মাস্ক, চেনিটাইজাৰ আৰু চাবোন বিতৰণ
গুৱাহাটী ২০ মে’ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ তিনি হাজাৰ লোকক মাস্ক, চেনিটাইজাৰ আৰু চাবোন বিতৰণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ মাজত প্ৰয়োজনীয় এই সামগ্ৰী সমূহ বিতৰণ কৰিছে ডঃ দিব্যজ্যোতি শইকীয়াই। ক’ভিডৰ পৰা নিজৰ লগতে সমগ্ৰ মানৱ জাতিক …