নুৰুল হুদাৰ দুৰ্গত বিজেপিৰ বৃহৎ বাইক ৰেলী

মুস্তক আহমেদ জুৰীয়া ১৭ জানুৱাৰী ৰূপহীহাটত নুৰুল হুদাৰ দুৰ্গত বিজেপিৰ বৃহৎ বাই ৰেলী। বাইক ৰালীৰ আয়োজন কৰি নুৰুল হুদাৰ সমষ্টিৰত শক্তি প্ৰদৰ্শন কৰিলে বিজেপিয়ে। যুৱ কংগ্ৰেছৰ উপ সভাপতিয়ে যোগদান কৰিলে বিজেপিত। সমাগত বিধানসভা নিৰ্বাচনকলৈ বিজেপি দল ব্যস্ত সংখ্যালঘু অঞ্চলৰ ভোটৰ …

ইউ পি পি এল দলৰ প্ৰত্যেকজন কৰ্মী যোদ্ধা : ৰণগৌড়া নাৰ্জাৰী

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও  ১৬ জানুৱাৰী অসম -পশ্চিম বংগ সীমান্তৰ জাৰাগুৰীত ইউ পি পি এল দলৰ কৰ্মী সভা। ইউ পি পি এল দলৰ প্ৰত্যেকজন কৰ্মী যোদ্ধা বুলি মন্তব্য ৰণগৌড়া নাৰ্জাৰীৰ। বি টি চিত বি পি এফ দলৰ বিৰোধী ভূমিকাত অৱৰ্তীৰ্ণ …

বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত হৈছে গোপন মিতিৰালি : লুৰিণজ্যোতি গগৈ

কুন্দন ভৰালী নগাঁও ১৬ জানুৱাৰী বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত হৈছে গোপন মিতিৰালি। বিজেপি আৰু এ আই ইউ দি এফৰ দৰে সাম্প্ৰদায়িক শক্তিক পুলিয়ে পোখালিয়ে আঁতৰাব লাগিব অসমৰ মাটিৰ পৰা। নগাঁৱৰ কঁচুৱাত এই বক্তব্য নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল …

সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ কভিড ভেকচিনেচন কাৰ্যসূচী

যোৰহাট ১৬ জানুৱাৰী সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ কভিড ভেকচিনেচন কাৰ্যসূচী। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যজুৰি চিকিৎসলায় সমূহত পুৱাৰ ভাগৰে পৰা কভিড ভেকচিনেচন কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়। যোৰহাটৰ ১০০ গৰাকী চিকিৎসা কর্মীক দিয়া হ’ব কভিড ভেকচিন। সমগ্ৰ দেশৰ বাবেই শনিবাৰৰ দিনটো …

শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ প্ৰাংগনত ৰংপুৰ মেলা

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১৫ জানুৱাৰী শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ প্ৰাংগনত ৰংপুৰ মেলা। ভোগালী বিহু উপলক্ষে ৰংঘৰ প্ৰাংগনত অনুষ্ঠিত হয় ৰংপুৰ মেলা। বিভিন্ন গীত মাত আৰু খেল ধেমালিৰে মুখৰিত হৈ পৰে ৰংঘৰৰ বাকৰি। টাই আহোম যুৱ পৰিষদৰ লগতে …

আৰক্ষী চকীৰ সন্মুখৰ পৰাই ধন লুট

কুন্দন ভৰালী নগাঁও ১৫ জানুৱাৰী নগাঁৱত চাঞ্চল্যকৰ ধন লুটৰ ঘটনা। আৰক্ষী চকীৰ সন্মুখৰ পৰাই ব্যৱসায়ীৰ পৰা দুৰ্বৃত্তই লুটি নিলে ধন। চি চি টিভি কেমেৰাত বন্দী ধন লুটৰ সমগ্ৰ দৃশ্য। শুকুৰবাৰে দিন দুপৰতে নগাঁও চহৰৰ মাজমজিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ধন …

বন বিভাগৰ লোকে গুলীয়াই নিধন কৰিলে বিশ্বনাথত সন্ত্ৰাস চলাই থকা বনৰীয়া ম’হক

জোনমনি বেগম বিশ্বনাথ ১৫ জানুৱাৰী বন বিভাগৰ লোকে গুলীয়াই নিধন কৰিলে বিশ্বনাথত সন্ত্ৰাস চলাই থকা বনৰীয়া ম’হক। যোৱা দুদিন ধৰি বিশ্বনাথত সন্ত্ৰাস চলাই আছিল এটা বনৰীয়া ম’হ। বনৰীয়া ম’হটোৰ আক্ৰমণত নিহত হৈছিল দুজনকৈ লোক। আহত হৈছল মহিলাসহ তিনিজন। কাজিৰঙা ৰাষ্ট্ৰীয় …

নেহেৰুৱালীত আৰম্ভ ভোগালী উৎসৱ

কুন্দন ভৰালী নগাঁও ১৪ জানুৱাৰী নেহেৰুৱালীত পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ভোগালী উৎসৱ। বৃহস্পিতিবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে কলঙৰ নেহেৰুৱালীত আৰম্ভ হৈছে ভোগালী উৎসৱ। সদৌ নগাঁও ভোগালী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰম্ভ হোৱা ভোগালী উৎসৱত পুৱা নগাঁৱৰ দহগৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা মেজি প্ৰজ্বলন …

বিশ্বনাথত জ্বলিল বন বিভাগৰ কাৰ্যালয় আৰু বাহন।

জোনমনি বেগম বিশ্বনাথ ১৪ জানুৱাৰী মেজিৰ লগতে জ্বলিল জ্বলিল বন বিভাগৰ কাৰ্যালয় আৰু বাহন। অপায় অমংগল দূৰ কৰাৰ বাবে নহয় ক্ষোভত জ্বলিল বিভাগৰ কাৰ্যালয় আৰু বাহন। ক্ষোভিত ৰাইজে অগ্নি সংযোগ কৰিলে বন বিভাগৰ কার্যলায়ত। ৰাইজে বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি …

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতীৰ উপদ্ৰৱ

নিউজ ডেস্ক ১৪ জানুৱাৰী উৰুকাৰ নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতীৰ উপদ্ৰৱৰ। চামগুৰি আৰু সোণাৰিত উৰুকাৰ নিশা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱাৰ সমান্তৰালে বিশ্বনাথত হাতীয়ে সন্ত্ৰাস চলাই গছকি হত্যা কৰিলে মাউতক। ভোগালী বিহুৰ উখল মাখল পৰিৱেশৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ …