দক্ষিণ শালমাৰাত ভোটদানৰ হাৰ ৮৯.৮২ শতাংশ আৰু মানকাচৰত ৮৯.২১ শতাংশ
মানকাচৰ ৬ এপ্ৰিল দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ আৰু দক্ষিণ শালমাৰা সমষ্টিত আজি শান্তিপূৰ্নভাৱে সম্পূৰ্ণ কভিড প্ৰ’টকলৰ মাজত ভোট গ্ৰহণ সম্পন্ন হয়। মানকাচৰ সমষ্টিৰ মুঠ ৩১৬ টা ভোট গ্ৰহণ কেন্দ্ৰত ২,২৬,৬৪৯ গৰাকী ভোটাৰৰ ভিতৰত ৮৯.২১ শতাংশ ভোটাৰে ভোটদান সাব্যস্ত কৰে। …