অজানিতে হোৱা ভূল-ক্ৰতিৰ বাবে ক্ষমা বিচাৰি সৰ্বধৰ্মীয় প্ৰাৰ্থনা

নৱজ্যোতি বৰুৱা চামগুৰি ২১ নৱেম্বৰ অজানিতে হোৱা ভূল-ক্ৰতিৰ বাবে ক্ষমা বিচৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিবলৈ সৰ্বধৰ্মীয় প্ৰাৰ্থনা। বনৰীয়া হাতীৰ পৰা ক্ষমা বিচৰাৰ লগতে ধন্যবাদ বনৰীয়া হাতীক ধন্যবাদ সূচক ভাৱে প্ৰাৰ্থনা কৰাৰ বাবে গাঁৱৰ ৰাইজে আয়োজন কৰিলে সৰ্বধৰ্মীয় প্ৰাৰ্থনা। বনৰীয়া হাতী …

ৰূপহীহাটত গুলী চালনা কৰি দুৰ্বৃত্তই লুটি নিলে ৭ লাখ ৫০ হাজাৰ টকা

মুস্তাক আহমেদ জুৰীয়া ২০ নৱেম্বৰ ৰূপহীহাটৰ খাটোৱালত শুকুৰবাৰে সন্ধিয়া গুলী চালনাৰ ঘটনা। দুৰ্বৃত্তই গুলী চলাই লুটি নিলে সাত ৭ লাখ ৫০ হাজাৰ টকা। পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা টকা উলিয়াই ঘৰলৈ গৈ থকা যুৱকৰ ওপৰত গুলী চালনা কৰি লুটি নিলে টকা। …

অখিক গগৈৰ চিত্ৰ অংকনত বাধা প্ৰদান : ৰাজ্যজুৰি অখিল গগৈৰ মুক্তিৰ দাবীত আৰম্ভ হ’ল দেৱাল লেখনি

কুন্দন ভৰালী নগাঁও ২০ নৱেম্বৰ বৃহস্পতিবাৰে গুৱাহাটীত কৃষক নেতা অখিল গগৈৰ চিত্ৰ অংকনত আৰক্ষীৰ বাধা প্ৰদান, শুকুৰবাৰে পুৱাৰে ৰাজ্যজুৰি আৰম্ভ হ’ল অখিল গগৈৰ মুক্তিৰ দাবীত দেৱাল লেখনি। ঠায়ে ঠায়ে দেৱালত অংকন কৰা হ’ল অখিল গগৈৰ চিত্ৰ, বিভিন্ন ঠাইৰ দেৱালে দেৱালে …

স্বাৰ্থপৰ নেতাৰ বিজেপি গমনে বিপিএফৰ কোনো ক্ষতি নকৰে মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ২০ নবেম্বৰ স্বাৰ্থপৰ নেতাৰ বিজেপি গমনে বিপিএফৰ কোনো ক্ষতি নকৰে। বিপিএফ এৰি সদ্য বিজেপিলৈ যোৱা ৰঘুনাথ বসুমতাৰীক ক্ষমতালোভী আৰু স্বাৰ্থপৰ বুলি কটাক্ষ বিপিএফৰ। স্বাৰ্থপৰ তথা ক্ষমতালোভী সকল বিপিএফ …

সাংবাদিকৰ ওপৰত পুনৰ আক্ৰমণ

আব্দুল বাশিদ সৰকাৰ হাটশিঙিমাৰী ২০ নৱেম্বৰ ৰাজ্যত পুনৰ আক্ৰমণ চলিল সাংবাদিকৰ ওপৰত। মানকাচৰত জৰাজীৰ্ণ পথৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণৰ চেষ্টা ঠিকাদাৰৰ। মেহমুদ হাচান নামৰ এগৰাকী গুণ্ডা ৰূপী ঠিকাদাৰে আক্ৰমণত চলালে সাংবাদিকৰ ওপৰত। তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ …

ডকাইতৰ গুলীত আহত এজন

নলবাৰী ২০ নৱেম্বৰ নলবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ বেংক ডকাইতি কাণ্ড। ডকাইতৰ গুলীত আহত এজন। দিন দুপৰতে পিষ্টল দেখুৱাই বেংকৰ পৰা লুটি নিলে ৬০ লাখ টকা। নলবাৰী জিলাৰ পাঞ্জাৱ নেশ্যনল বেংকৰ অমিয়াপুৰ শাখাত শুকুৰবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ …

ঐতিহাসিক কীৰ্তিচিহ্নসমূহ হৈছে সভ্যতা-সংস্কৃতি আৰু জাতিৰ দাপোন : মুখ্যমন্ত্ৰী 

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শি ৱসাগৰ ১৯ নৱেম্বৰ ‘ঐতিহাসিক কীৰ্তিচিহ্নসমূহ হৈছে সভ্যতা-সংস্কৃতি আৰু জাতিৰ দাপোন৷ পূৰ্ব পুৰুষে এৰি থৈ যোৱা এই ঐতিহ্য সংৰক্ষণৰ বাবে সকলোৰে গধূৰ দায়িত্ব আছে৷ অসম চৰকাৰে বিশ্বৰ বুকুত ৰাজ্যৰ মানচিত্ৰ জিলিকাই তোলাৰ যি লক্ষ্য …

অখিল গগৈৰ চিত্ৰ অংকন কৰা চিত্ৰশিল্পী সকলক আটক : চৰকাৰক ধিক্কাৰ, অখিলৰ সমৰ্থনৰ পোষ্টৰে ভৰি পৰিছে সামাজিক মাধ্যম

গুৱাহাটী ১৯ নৱেম্বৰ অখিল গগৈৰ চিত্ৰ অংকন কৰা চিত্ৰশিল্পী সকলক আটক কৰিলে বশিষ্ঠ আৰক্ষীয়ে। কাৰাবন্দী অখিল গগৈৰ চিত্ৰও যেন এতিয়া চৰকাৰ তথা প্ৰশাসনৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে। চৰকাৰে অখিল গগৈৰ চিত্ৰ দেখিও ভয় কৰিছে। বশিষ্ঠ আৰক্ষী ধিক্কাৰ। এতিয়া সামাজিক …

কৰিমগঞ্জৰ ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে আজিও মহিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১৯ নৱেম্বৰ ত্ৰিপুৰাৰ দুই যুৱতীক কৰিমগঞ্জত দলবদ্ধ ধৰ্ষণৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদত। শিৱসাগৰ জিলা মহিলা কংগ্ৰেছ কমিটিয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। বিজেপি চৰকাৰে মহিলাক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ শিৱসাগৰৰ মহিলা কংগ্ৰেছৰ। ত্ৰিপুৰাৰ দুই যুৱতীক কৰিমগঞ্জৰ …

বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ পতি-পত্নী

কুন্দন ভৰালী নগাঁও ১৯ নৱেম্বৰ নগাঁৱত আৰক্ষীৰ অভিযানত ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ পতি-পত্নী। নগাঁও সদৰ আৰক্ষীয়ে চহৰখনৰ খীষ্টানপট্টিৰ এ ডি পি ৰোডত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু সুৰা জব্দ কৰে। নগাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই …