শিৱসাগৰত হাৰিপৰা-দিচাংমুখ পথৰ উন্নয়নৰ শুভৰাম্ভণি কৰিলে সাংসদ তপন গগৈয়ে
আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১৪ ফেব্ৰুৱাৰী শিৱসাগৰত হাৰিপৰা-দিচাংমুখ পথৰ উন্নয়নৰ শুভৰাম্ভণি কৰিলে সাংসদ তপন গগৈয়ে। অসমৰ ১২৬ টা সমষ্টিৰ প্ৰথম ৫ টা স্থানত শিৱসাগৰক জিলিকাই তোলা হব বুলি মন্তব্য সাংসদ তপন গগৈৰ। যোৱা বিশটা বছৰ কংগ্ৰেছ দলৰ …