চিত্ৰ অংকনৰ আনুষ্ঠানিক শিক্ষা অবিহনে এগৰাকী কিশোৰে অংকন কৰিছে মহান ব্যক্তি সকলৰ চিত্ৰ
মুস্তক আহমেদ জুৰীয়া ২২ ডিচেম্বৰ জুৰীয়াৰ বামুনগাঁৱৰ প্ৰতিভাৱান কিশোৰৰ ৰং তুলিকাত প্ৰাণ পাই উঠিছে কেইবাগৰাকী মহান ব্যক্তিৰ চিত্ৰ। চিত্ৰ অংকনৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ কিশোৰ গৰাকীয়ে অংকন কৰিছে চিত্ৰ। এগৰাকী কিশোৰৰ ৰং তুলিকাত প্ৰাণ পাই উঠিছে দেশ তথা ৰাজ্যৰ …