সমউন্নয়ণ আৰু সমবিকাশৰ স্বাৰ্থত একেখন মঞ্চতে একত্ৰিত হ’ল বিটিআৰ ১৬ টা জনগোষ্ঠীয় সংগঠন

বাক্সা ২৮ নৱেম্বৰ সমউন্নয়ণ আৰু সমবিকাশৰ স্বাৰ্থত একেখন মঞ্চতে একত্ৰিত হ’ল বিটিআৰ ১৬ টা জনগোষ্ঠীয় সংগঠন। শনিবাৰে দিনৰ ১১ বজাৰ পৰা তামুলপুৰৰ ঘগ্ৰাচকৰ বাকৰিত ১৬ টা জনগোষ্ঠীৰ সংগঠনে মিলি এক বিশাল জনসভাৰ আয়োজন কৰে। সভাত সকলো সংগঠনৰ মুৰব্বীয়ে এক মুখেৰে …

মুখ্যমন্ত্ৰীক তুলাধুনা এজন যুৱনেতাৰ

জোনমণি বেগম বিশ্বনাথ ২৮ নৱেম্বৰ মুখ্যমন্ত্ৰীক তুলাধুনা এজন যুৱনেতাৰ। বিদেশীক সংস্থাপনৰ বাবে স্বদেশীক গুলিয়াই হত্যা কৰা এইখন প্ৰথম চৰকাৰ। ইতিহাস নাজানে মূখ্যমন্ত্ৰীয়ে। কেলেংকাৰী ঢাকিবৰ বাবে মোগলক আজুৰিছে মুখ্যমন্ত্ৰীয়ে। বিশ্বনাথত গঠন কৰা হ’ল ৰাইজৰ দলৰ বিশ্বনাথ জিলা আহ্বায়ক সমিতি। বিশ্বনাথ চাৰিআলিস্থিত …

কংগ্ৰেছ দলৰ প্ৰাৰ্থী সজল কুমাৰ সিংহৰ জয় নিশ্চিতঃ খাইৰুল আনাম খন্দকাৰ

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ২৭ নৱেম্বৰ বিটিচিৰ ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ ২ নং ভোমৰাবিলত এআইইউডি এফ দলৰ কৰ্মী সভা। সভাত উপস্থিত থাকি ইউডিএফ দলৰ গোসাইগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি খাইৰুল আনাম খন্দকাৰৰ দাবী কংগ্ৰেছ দলৰ প্ৰাৰ্থী সজল কুমাৰ সিংহৰ জয় …

বিশ্বজীৎ দৈমাৰীৰ পাঁচ শতাধিক সমৰ্থকৰ বিজেপিত যোগদান

যতীন নাথ মাজবাট  ২৭ নৱেম্বৰ ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিত পাঁচ শতাধিক বিপিএফ কৰ্মী বিজেপি দলত যোগদান। বিশ্বজীৎ দৈমাৰীৰ পাঁচ শতাধিক সমৰ্থকে যোগদান কৰিলে বিজেপিত। বিটিচিৰ অন্তৰ্গত ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিত শুকুৰবাৰে সদ্য পদত্যাগী বিপিএফ দলৰ কাৰ্যকৰী সভাপতি বিশ্বজীৎ …

নলবাৰীত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি

আজিজ আলী নলবাৰী ২৭ নৱেম্বৰ নলবাৰীত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কাপলাবডী‌ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক শ্ৰদ্ধাঞ্জলিৰ। নলবাৰী জিলা সাহিত্য সভাও অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। অসমৰ …

সাংবাদিকৰ সামাজিক সুৰক্ষাৰ বাবে বিশ্বনাথৰ স্নেহাংকৰ চক্ৰৱৰ্তীৰ অভিনৱ প্ৰয়াস

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২৭ নৱেম্বৰ সাংবাদিকৰ সামাজিক সুৰক্ষাৰ বাবে বিশ্বনাথৰ স্নেহাংকৰ চক্ৰৱৰ্তীৰ অভিনৱ প্ৰয়াস। চাইকেলেৰে ব্ৰক্ষ্মপুত্ৰৰ উত্তৰপাৰ হৈ আহি দক্ষিণ পাৰত উপস্থিত স্নেহাংকৰ চক্ৰৱৰ্তী। ঐতিহাসিক শিৱসাগৰৰ শিৱদলত সেৱা জনাই মধ্য অসম অভিমুখে যাত্ৰা স্নেহাংকৰ চক্ৰৱৰ্তীৰ। শিৱসাগৰৰ …

চামগুৰিৰ ধাননি পথাৰত বনৰীয়া হাতী

নৱজ্যোতি বৰুৱে ২৭ নৱেম্বৰ চামগুৰিৰ ধাননি পথাৰত বনৰীয়া হাতী। কৃষকে ধান চপোৱাৰ পূৰ্বে পকা ধানৰ ওপৰত পৰিছে বনৰীয়া হাতীৰ দৃষ্টি। বিঘাই বিঘাই পথাৰৰ ধান খাই বনৰীয়া হাতীয়ে চলাই আছে তাণ্ডৱ। বনৰীয়া হাতীৰ উপদ্ৰৱত কেঁচাতে ধান কাটিবলৈ বাধ্য কৃষক। বন বিভাগৰ …

নৱগ্ৰহ শ্মশানত সম্পন্ন হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া

গুৱাহাটী ২৬ নৱেম্বৰ নৱগ্ৰহ শ্মশানত সম্পন্ন হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া। পঞ্চভূতত বিলীন হ’ল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ নশ্বৰদেহ। কলাক্ষেত্ৰৰ পৰা আৰম্ভ হোৱা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ অন্তিম যাত্ৰাত হাজাৰ হাজাৰ লোকৰ শ্ৰদ্ধাঞ্জলি। বৃহস্পতিবাৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পন্নন …

ডিব্ৰুগড়ৰ লেপেতকটা ভয়াবহ পথ দুৰ্ঘটনা : থিতাতে নিহত পাঁচ জনকৈ বৰযাত্ৰী

ডিব্ৰুগড় ২৬ নৱেম্বৰ ডিব্ৰুগড় জিলাৰ লেপেতকটা ভয়াবহ পথ দুৰ্ঘটনা। ধেমাজি পৰা কন্যা লৈ আহোতে সংঘটিত হয় পথ দুৰ্ঘটনা। থিতাতে নিহত হয় পাঁচ জনকৈ বৰযাত্ৰী। ধেমাজি জিলাৰ চিচি বৰগাঁৱৰ ধুনাগুৰি কলিতাগাঁৱৰ পৰা ডিব্ৰুগড় জিলাৰ লেপেতকটাৰ ভগামুৰ লৈ কন্যা লৈ আহি থকা …

বিপিএফ দলত যোগদান অৰ্ধশতাধিক লোকৰ

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ২৫ নৱেম্বৰ বিটিচিৰ ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ ছেৰফাংগুৰীত বিপিএফ দলৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা।সভাত অৰ্ধশতাধিক লোকে যোগদান কৰিলে বিপিএফ দলত। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলক তীব্ৰ আক্ৰমণ বিপিএফ নেতা সকলৰ। অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী …