গৌৰীপুৰৰ দুই আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ
আনিছুৰ আলী গৌৰিপুৰ ২৪ ছেপ্টেম্বৰ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাত মুখ্যমুন্ত্ৰীৰ দূৰ্নীতি নিৱাৰন আৰু তদন্তকাৰী শাখাৰ অভিযান৷ গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ বৰঠাকুৰ আৰু গৌৰীপুৰ চহৰৰ দায়িত্বত থকা আবুল কালাম আজাদক গ্ৰেপ্তাৰ। মুখ্যমন্ত্ৰীৰ দূৰ্নীতি নিৱাৰন আৰু তদন্ত শাখৰ …