পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকাৰণৰ দাবীত কোকৰাঝাৰত উত্তাল প্ৰতিবাদ
গোপাল প্ৰসাদ কোকৰাঝাৰ ২১ ছেপ্টেম্বৰ কোকৰাঝাৰত পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকাৰণৰ দাবীত উত্তাল প্ৰতিবাদ। প্ৰশাসনৰ অনুমতি লাভ নকৰাত ক্ষন্তেক সময়ৰ পিছতে প্ৰতিবাদ সামৰিব লগা হ’ল। পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকাৰণ প্ৰদানৰ দাবী তুলি আক্ৰাছুৰ কোকৰাঝাৰ …