আজি মহা সপ্তমী
আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২৩ অক্টোবৰ আজি মহা সপ্তমী। ইতিহাস প্ৰসিদ্ধ শিৱসাগৰৰ দেৱী দৌলত বলিৰ বাবে ভক্তৰ দীঘলীয়া শাৰী। হাহ, কোমোৰা, ছাগলী বলিৰে দেৱী দলত সপ্তমী পালন। পূজাকলৈ ৰাইজৰ মাজত নাই পূর্বৰ দৰে উছাহ। সমগ্ৰ দেশৰ লগতে …