‘অসম জাতীয় পৰিষদ’ আছু-অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নতুন ৰাজনৈতিক দল
গুৱাহাটী ১৪ ছেপ্টেম্বৰ সোমবাৰে আছু-অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নতুন আঞ্চলিক ৰাজনৈতিক দল ঘোষণা কৰা হ’ল। ‘অসম জাতীয় পৰিষদ’ নামেৰে নামাকৰণ কৰা হ’ল নতুন আঞ্চলিক ৰাজনৈতিক দলটোৰ। ৰাজ্যৰ সকলো জনগোষ্ঠীৰ প্ৰতিনিধি থাকিব দলটোত। সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত গঠন হ’ল …