পূৰ্বৰ চৰকাৰসমূহে সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক বিকাশৰ বাবে অসম দর্শনৰ লেখীয়া শক্তিশালী আঁচনি গ্ৰহণ কৰাৰ নজিৰ নাই : মুখ্যমন্ত্ৰী
লামডিং ১৫ ছেপ্টেম্বৰ মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালে মঙলবাৰে হোজাই জিলাৰ লামডিংত ‘অসম দৰ্শন’ আঁচনিৰ অধীনত কালিবাৰী আৰু শীতলাবাৰী মন্দিৰৰ আন্তঃগাঁথনিগত উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থানপ কৰে। আঁচনিৰ অধীনত দুয়োটা মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰত্যেককে ১০ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। মুখ্যমন্ত্ৰী …