দিল্লীৰ অন্তদ্যোয়া ফাউণ্ডেশ্যনৰ উদ্যোগত বহৰিত বানাক্ৰান্তলৈ সাহায্য প্ৰদান

আজিজুল হক বৰপেটা  ২৮ জুলাই কৰ’ণা ভাইৰাছ ভয়াবহ সংক্ৰমণৰ মাজতে ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰা বানে বিভিষীকাৰ সৃষ্টি কৰিছে। বানৰ কবলত পৰা উজনিৰ-নামনিৰ কেইবাখনো জিলাৰ লাখ লাখ লোক এতিয়া আশ্ৰয় শিবিৰত। এনে ক্ষেত্ৰত ৰাজ্যৰ বানাক্ৰান্ত লোক সকলক সহায়ৰ হাত আগবঢ়াবলৈ …

চৰাইদেউ জিলাৰ বৰহাটত আটছাৰ উদ্যোগত শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ পুত্তলিকা দাহ

সুৰেণ বুঢ়াগোঁ‌হাই চৰাইদেউ ২৮ জুলাই অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সাপেখাতী শাখাৰ উদ্যোগত চৰাইদেউ জিলাৰ বৰহাট চাহ বাগিচা তিনি আলিত অসম চৰকাৰৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ পুত্তলিকা দাহ। চাহ জনজাতি কল্যাণ বিভাগৰ যোগেদি ২০১৮-২০১৯-২০২০ বৰ্ষত চাহ জনজাতিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু …

ওদালগুৰিত পুনৰ উদ্ধাৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ

যতীন নাথ মাজবাট  ২৮ জুলাই বি টি চি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ওদালগুৰি জিলাত পঞ্চমবাৰৰ বাবে বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ। নিৰ্বাচনৰ পূৰ্বে জিলাখনত এইদৰে উদ্ধাৰ হোৱা অস্ত্ৰ ভাণ্ডাৰক লৈ জিলাবাসী সংকাত ভুগিছে। বি চি টি এফাল বলিছে নিৰ্বাচনী গৰম বতাহ আৰু আনফালে …

নদীৰ মাজৰ পৰা সন্তানক উদ্ধাৰ কৰিলে মাতৃয়ে : সহযোগ কৰিলে মাহীয়েকে

গুৱাহাটী ২৮ জুলাই এটা বিশেষ ভিডি’অ, সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এই ভিডি’অ। নদীৰ মাজৰ পৰা এগৰাকী মাতৃৰ সন্তানক উদ্ধাৰ কৰা ভিডি’অ। উদ্ধাৰ অভিযানত মাহীয়েকৰ ভূমিকাই বিশেষভাৱে আকৰ্ষণ কৰিছে সকলোকে। ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভোলা নদীৰ এক বিশেষ ভিডি’অ। ভিডি’অটোত দেখিবলৈ …

লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ হৰিণা হত্যা কৰি মাংস বিক্ৰী কৰা চোৰাং চিকাৰী আটক

শিবেন্দু বৰা জুৰীয়া ২৭ জুলাই লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত হৰিণাৰ মাংসসহ আটক চোৰাং চিকাৰী। অভয়াৰণ্যখনৰ পৰা ওলাই অহা এটা হৰিণাক হত্যা কৰি মাংস বিক্ৰী কৰি থাকোতে আটক চোৰাং চিকাৰীজন। বনকর্মী খাইৰুল ইছলামে মাংসসহ আটক কৰিলে আশ্বাদুল ইছলাম নামৰ চোৰাং চিকাৰীজনক। ভয়াবহ …

গীতাৰ্থ গোস্বামীক বিজেপিৰ পদবীৰ পৰা অব্যাহতি : ৰহস্যৰ গোন্ধ পাইছে বহুতে

গুৱাহাটী  ২৭ জুলাই উজনি অসমত বিজপিৰ সাংগঠনিক ভেটি সূদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি অহা যুৱ নেতা গীতাৰ্থ গোস্বামীক সহযোগী সাংগঠনিক সচিব পদবীৰ পৰা অব্যাহতি দিয়াৰ ঘটনাক লৈ বিজেপি দলৰ তৃণমুল পৰ্যায়ৰ একাংশ নেতা কৰ্মীৰ মাজত সৃষ্টি হৈছে তীব্ৰ …

ৰাজ্যজুৰি আমছুৰ মানৱ শৃংখল কাৰ্যসূচী

গুৱাহাটী ২৭ জুলাই ৰাজ্যৰ বান সমস্যা প্ৰতিৰোধ আৰু বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মানৱ শৃংখল কাৰ্যসূচী। দক্ষিণ কামৰূপৰ গৰৈমাৰীত শতাধিক আমছু কৰ্মীয়ে মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সমান্তৰালে লখিমপুৰ জিলাটো দেখা গ’ল …

সংখ্যালঘু ছাত্ৰবৃত্তিৰ ৫০১ কোটি ৪০ লাখ ৪ হাজাৰ টকাৰ হৰলুকীৰ অভিযোগ

গুৱাহাটী ২৭ জুলাই সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধন আত্মসাত সন্দৰ্ভত বিভিন্ন সময়ত গুৰুত্বৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে এই সন্দৰ্ভত সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মুমিনুল আৱালেৰ সংবাদমেল।যোৱা ৪টা বছৰত ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০০ কোটিতকৈও অধিক টকা জলপানি বাবে মুকলি কৰি দিয়া হৈছে। এই …

পি পি ই কিট পৰিধান কৰি কংগ্ৰেছ দলৰ প্ৰতিবাদস্থলী মহানগৰ আৰক্ষী

গুৱাহাটী ২৭ জুলাই গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিবাদী কাৰ্যসূচী। পি পি ই কিট পৰিধান কৰি প্ৰতিবাদস্থলীত মহানগৰ আৰক্ষী। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ উপস্থিতিত কংগ্ৰেছ কৰ্মীৰ তীব্ৰ …

পাঁচ সতীৰ্থই হত্যা কৰি গছত ওলমাই থলে মৃতদেহ

সঞ্জয় কুমাৰ সিং খেৰণি ২৭ জুলাই পাঁচ সতীৰ্থই মিলি হত্যা কৰি গছত ওলমাই থলে এজন যুৱকৰ মৃতদেহ। আৰক্ষীয়ে আটক কৰিলে পাঁচ হত্যাকাৰীক। নিশা হাতী পহৰা দিবলৈ টঙি ঘৰত সতীৰ্থ সকলৰ লগত একেগলে আছিল যুৱকজন। পশ্চিম কাৰ্বি আংলঙ জিলাৰ খেৰণিত সংঘটিত …