আই চি চিৰ মহিলা টি-২০ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল আৰম্ভ

গুৱাহাটী, সংবাদ ৩৬৫, ৮ মাৰ্চ: সমগ্ৰ নাৰীৰ বাবে উচৰ্গা কৰা ৮ মাৰ্চৰ দিনটো হৈছে আন্তৰ্জাতিক নাৰী দিৱস। আজিৰ দিনটোতে মেলবৰ্ণত অনুষ্ঠিত হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত মহিলা আই চি চিৰ টি-২০বিশ্বকাপৰ ফাইনেল খেলখন। বতৰৰ অসুবিধাৰ বাবে পোনচাটে ফাইনেল খেলাৰ সুবিধা …

লুইতৰ বালিত ফাগুন মহোৎসৱ : লোকে-লোকাৰণ্য লুইতৰ বাকৰি

গুৱাহাটী, সংবাদ ৩৬৫, ৭ মাৰ্চ: ভি অসমৰ উদ্যোগত শনিবাৰৰ পৰা মহানগৰী গুৱাহাটীত লুইতৰ বালিত অনুষ্ঠিত হৈছে ফাগুন মহোৎসৱ। উৎসৱৰ প্ৰথমদিনা গীত-মাত-নৃত্যৰে মুখৰ হৈ উঠা লুইতৰ বাকৰি লোকে-লোকাৰণ্য হৈ পৰে। মহানগৰীৰ মহাবহু ব্ৰহ্মপুত্ৰৰ মাছখোৱাৰ ঘাটত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা …

ৰাজ্যসভাত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ উমৈহতীয়া প্ৰাৰ্থীৰ প্ৰক্ষেপ : জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই সংগ্ৰহ কৰিলে মনোনয়ন পত্ৰ

গুৱাহাটী, সংবাদ ৩৬৫, ৭ মাৰ্চ :২৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনত ৩খন আসনৰ ভিতৰত শাসকীয় বিজেপি আৰু মিত্ৰ দলে ২খন আসনত বিজয় হোৱাটো প্রায় নিশ্চিত হৈ পৰিছে যদিও এতিয়ালৈ ৰাজ্যসভাত তৃতীয়খন আসনৰ বাবে ইতিমধ্যে কোনো প্ৰাৰ্থীৰ নাম বিৰোধী পক্ষৰ ফালৰ …

অসমলৈ অহা আমেৰিকাৰ পৰ্যটকৰ শৰীৰত ধৰা পৰিছে কাৰণা ভাইৰাছ

গুৱাহাটী, সংবাদ ৩৬৫, ৬ মাৰ্চ : অসমলৈ ফুৰিব অহা আমেৰিকাৰ এগৰাকী পৰ্যটকৰ শৰীৰত ধৰা পৰিছে কাৰণা ভাইৰাছ। অসমৰ পৰা ভুটানলৈ যোৱা পৰ্যটক গৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে ভুটানত। অসমত ৭ দিন আছিল পৰ্যটক গৰাকী। আমেৰিকা পৰা ভাৰতলৈ ফুৰিব অহা এগৰাকী …

ধুতি, গাত চেলেং চাদৰ আৰু মূৰত পাগ মাৰি বিধানসভাত বাজেট দাখিল কৰিলে হিমন্ত বিশ্ব শৰ্মাই : বাজেট চলি থকাৰ মাজতে সদন ত্যাগ বিৰোধী পাৰ্টি কংগ্ৰেছৰ

গুৱাহাটী, সংবাদ ৩৬৫, ৬ মাৰ্চ: শুকুৰবাৰে ৰাজ্যৰ বৃত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত সোণোৱাল চৰকাৰৰ প্ৰথমটো কার্যলাকৰ অন্তিমখন বাজেট দাখিল কৰে। গাত চেলেং চাদৰ আৰু মূৰত পাগ মাৰি বাজেট দাখিল কৰে বৃত্তমন্ত্ৰী গৰাকীয়ে। ঈশ্বৰৰ আশীষ লৈ বাজেট পাঠ আৰম্ভ …

মহানগৰীৰ ৰাজপথত পুনৰ বনৰীয়া হাতীৰ সন্ত্ৰাস

গুৱাহাটী, সংবাদ ৩৬৫, ৬ মাৰ্চ : প্ৰাকৃতিক পৰিবেশৰ লগতে বনাঞ্চল ধ্বংসই বিপদ কঢ়িয়াই আনিছে জীৱকুললৈ। মহানগৰীৰ পাঞ্জাবাৰী আৰু সাতগাঁৱত শুকুৰবাৰে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা বনৰীয়া হাতীৰ মুক্ত বিচৰণে অঞ্চল দুটাত সৃষ্টি কৰে সন্ত্ৰাসৰ। প্ৰাকৃতিক পৰিবেশৰ লগতে …

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ উদ্যোগত নাৰী দিৱস উদযাপন

গুৱাহাটী, সংবাদ ৩৬৫, ৬ মাৰ্চ: উত্তৰ পূব সীমান্ত ৰে’লৱেই চলিত বৰ্ষৰ বাবে এক বিশাল ৰূপত ১০ দিনীয়া কাৰ্যসূচীৰে “আন্তৰ্জাতিক নাৰী দিৱস” উদযাপন কৰে। অনুষ্ঠানটোৰ আৰম্ভণি হিচাপে বিগত ১ মাৰ্চত মাণ্ডলিক চিকিৎসালয়ৰ সৈতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ কেন্দ্ৰীয় চিকিৎসালয়ত এখনি আলোচনা …

জনপ্রিয় অভিনেত্ৰী কাজল আগৰৱালালৈ চমন জাৰি ক্ৰাইম ব্ৰাঞ্চৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৬ মাৰ্চ : দক্ষিণ ছবি জগতৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী কাজল আগৰৱাললৈ শুকুৰবাৰে ক্ৰাইম ব্ৰাঞ্চৰ তৰফৰ পৰা এক চমন জাৰি কৰা হৈছে। ক্ৰাইম ব্ৰাঞ্চৰ তৰফৰ পৰা চমন জাৰি কৰাৰ পিছত এক নতুন অনাকাংক্ষিত বিপদৰ সন্মূখীন হৈছে অভিনেত্ৰী …

নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতাল গুৱাহাটীত সফলতাৰে সম্পন্ন দ্বিতীয়টো বৃক্ক সংৰোপন অস্ত্ৰোপচাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ৫ মাৰ্চ: গুৱাহাটীস্থিত নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালে ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে বৃক্ক সংৰোপন অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিছে। মৰিগাঁৱৰ ৰকিবুৰ ৰহমান নামৰ এগৰাকী ২৭ বছৰীয়া যুৱকে দীৰ্ঘদিন ধৰি গুৰুতৰভাৱে বৃক্কৰোগত ভুগি আছিল আৰু যাৰ বাবে তেওঁক তাৎক্ষণিকভাৱে ডায়েলাইছিছ কৰাৰ প্ৰয়োজনীয়তা …

প্ৰথমবাৰৰ বাবে মহিলা টি-২০ বিশ্বকাপ ফাইনেলত ভাৰতবৰ্ষৰ নাম সন্নিবিষ্ট কৰি সুনাম কঢ়িয়াই আনিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৫ মাৰ্চ: প্ৰথমবাৰৰ বাবে মহিলা টি-২০ বিশ্বকাপ ফাইনেলত ভাৰতবৰ্ষৰ নাম সন্নিবিষ্ট কৰি সুনাম কঢ়িয়াই আনিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে। ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত অনুষ্ঠিত হ’বলগা এখন মেচ বৰষুণৰ বাবে স্থগিত হোৱাত পইণ্ট তালিকাত ভাৰতীয় …