নির্ভয়া কাণ্ডৰ ৪ অভিযুক্তলৈ ডেথ ৱাৰেণ্ট জাৰি কৰিলে পাতিয়ালা হাউচ আদালতে : ২০ মাৰ্চত ফাঁচী দিয়া হ’ব মুকেশ, বিনয়, পৱন আৰু অক্ষয়ক

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৫ মাৰ্চ : নতুন দিল্লীৰ পাতিয়ালা হাউচ আদালতে চতুৰ্থ বাৰৰ বাবে ডেথ ৱাৰেণ্ট জাৰি কৰিলে নির্ভয়া কাণ্ডৰ ৪ অভিযুক্তৰ বিৰুদ্ধে।২০ মাৰ্চত ৰাতিপুৱা ৫ বাজি ৩০ মিনিটত ফাঁচী দিয়া হ’ব ৪ অভিযুক্ত ক্ৰমে মুকেশ, বিনয়, পৱন আৰু …

নগাঁৱত জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট, চিৰিঞ্জ আৰু হুকা 

নগাঁও, সংবাদ ৩৬৫, ৪ মাৰ্চ : নগাঁও আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰি চহৰখনৰ পৰা বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট, চিৰিঞ্জ আৰু হুকা জব্দ কৰিবলৈ সক্ষম হয়। নিচা জাতীয় সমগ্ৰীৰ ব্যৱসায়ৰ লগত জড়িত এখন ব্যক্তিকো আটক কৰে আৰক্ষীয়ে। বুধবাৰে নগাঁও …

পুনৰ জম্মু কাশ্মীৰৰ পুঞ্জত গুলীবর্ষণ পাকিস্তানী সৈন্যৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩ মাৰ্চ: কাশ্মীৰক সংঘাতক কেন্দ্ৰ কৰিয়ে সম্প্ৰীতি ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক দিনে দিনে বেয়াৰ দিশে ঢাল খাইছে। ভাৰতক সন্ত্ৰাসবাদীৰ ঘাটি হিচাপে নিৰ্মান কৰাৰ লগতে সন্ত্ৰাসবাদ বিয়পাই দিয়াৰ উদ্দেশ্য আগত ৰাখি পাকিস্তানে নিতৌ গুলিবর্ষণ অব্যাহত ৰাখিছে …

নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে গুৱাহাটী প্ৰেছ ক্লাব : ১২ মাৰ্চত নিৰ্ণয় হব ৪২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য : মুকলি কৰা হ’ল “মডেল ক’ড অফ কংডাক্ট”

গুৱাহাটী, সংবাদ ৩৬৫, ২ মাৰ্চ: বিগত ১৭বছৰৰ অন্তত আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন উদ্দেশ্যে প্ৰাৰ্থী আৰু প্ৰাৰ্থীৰ সমৰ্থকৰ বাবেই সোমবাৰে মুকলি কৰা হয় “মডেল ক’ড অফ কংডাক্ট”। “মডেল ক’ড অফ কংডাক্ট” মুকলি অনুষ্ঠানত উপস্থিত থাকে নিৰ্বাচনী সমিতিৰ বিষয়া ক্ৰমে-বিজন মহাজন, …

গ্ৰেটাৰ গুৱাহাটী বেবী লীগৰ দ্বিতীয় ছিজনৰ সামৰণি : বিজয়ীসকলক বঁটা প্ৰদান

গুৱাহাটী, সংবাদ ৩৬৫, ১ মাৰ্চ: বিগত চাৰি মাহ ধৰি প্ৰতি দেওবাৰে ৫০টাৰো অধিক দলৰ পাঁচ শতাধিক শিশু ফুটবলাৰৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হৈ থকা অসমৰ প্ৰথমটো গ’ল্ডেন বেবী ফুটবল লীগ ‘গ্ৰেটাৰ গুৱাহাটী বেবী লীগ’ চমুকৈ জিজিবিএলৰ দ্বিতীয় ছিজনৰ দেওবাৰে আনুষ্ঠানিকভাৱে সামৰণি পৰে। …

কংগ্ৰেছত যোগদান তেজপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শর্মাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১ মাৰ্চ : দেওবাৰে কংগ্ৰেছৰ পতাকাৰ তললৈ আহিল তেজপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মা। ৪০ বছৰ আৰ এছ এছ আৰু বিজেপি কৰি আজি কংগ্ৰেছী হ’ল ৰাম প্ৰসাদ শৰ্মা। যোগদান কৰিয়ে আৰ পি শৰ্মাৰ ঘোষণা …

‘কা’ আৰু বাজেটৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত এছ এফ আই, চিটু, মহিলা সমিতিৰ আইন অমান্য আন্দোলন : অৰ্দ্ধ শতাধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ ফেব্ৰুৱাৰী: শনিবাৰে ‘কা’ ৰ বিৰুদ্ধে বিধানসভাত প্ৰস্তাৱ গ্ৰহণ, কাৰাবন্দী আন্দোলনকাৰী সকলক অতিশীঘ্ৰে মুক্তি দিয়া, এল আই চি কে ধৰি ৰাজহুৱাখণ্ডৰ ব্যক্তিগতকৰণ বন্ধ আৰু বাজেটত শিক্ষা আৰু স্বাস্থ্য শিতানত খৰছ বৃদ্ধিৰ দাবীত ভাৰতৰ ছাত্ৰ ফেডাৰেচন, চেন্টাৰ অৱ …

বঙাইগাঁৱত কোচ ৰাজবংশী জাতীয় মঞ্চৰ ধৰ্ণা

বঙাইগাঁও, সংবাদ ৩৬৫, ২৮ ফেব্ৰুৱাৰী: নিউ বঙাইগাঁওস্থিত ৰে’লৱে ডবা মেৰামতি কাৰখানা বি টি আৰত অন্তৰ্ভুক্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ। সদ্য স্বাক্ষৰিত বি টি আৰ চুক্তিক সম্পূৰ্ণভাৱে উলংঘা কৰি ষড়যন্ত্ৰমূলকভাৱে বঙাইগাঁৱৰ নিউ …

মিৰ্জাৰ বটলিং প্লান্তত ৩ দিনীয়া যান-বাহন চলোৱাৰ লগতে নিয়ম সন্দৰ্ভত সজাগতা প্ৰশিক্ষণ

মিৰ্জা, সংবাদ ৩৬৫, ২৮ ফেব্ৰুৱাৰী: ৰাজ্যত নিতৌ সংঘটিত হৈ থকা পথদুৰ্ঘটনাত বহু লোক ঘুণীয়া হোৱাৰ লগতে বহু লোকে হেৰুৱালগীয়া হয় নিজৰ আপোন জনক। বিভিন্ন সময়ত বাহন চালকৰ এটা সৰু ভুলৰ বাবে সংঘটিত হয় ভয়াবহ পথদুৰ্ঘটনা। দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত ৰন্ধন গেছৰ …

উত্তৰ-পূৱৰ দুৰ্গম এলেকাবোৰক এতিয়াৰে পৰা দিয়া হ’ব ঋণৰ ব্যাপক সুবিধা : চাহ বাগান অধ্যুষিত জিলাবোৰত বেংকিং সেৱাৰ উপলব্ধতা বৃদ্ধি কৰা হ’ব – কেন্দ্ৰীয় বৃত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ ফেব্ৰুৱাৰী: গুৱাহাটীত বাণিজ্য আৰু উদ্যোগ ক্ষেত্ৰৰ প্ৰতিনিধি, শিক্ষাবিদ, অৰ্থনীতিবিদ আৰু নীতি নিৰ্ধাৰণকাৰীসকলৰ সৈতে মত-বিনিময় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। উত্তৰ-পূৱৰ দুৰ্গম এলেকাবোৰক এতিয়াৰে পৰা দিয়া হ’ব ঋণৰ ব্যাপক সুবিধা। চাহ বাগান অধ্যুষিত জিলাবোৰত বেংকিং সেৱাৰ উপলব্ধতা বৃদ্ধি …