অসমীয়া ভাষা নাজানিলে নাপাব চৰকাৰী চাকৰি

গুৱাহাটী, সংবাদ ৩৬৫, ২৫ জানুৱাৰী : বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী হিমন্তৰ । সেই অনুসৰি ৪০ দিনৰ ভিতৰতে ৬ হাজাৰ নতুন পদৰ বিজ্ঞাপন প্ৰাথমিক বিদ্যালয়ত প্ৰকাশ হ’ব। ঠিকাভিত্তিক হাইস্কুল শিক্ষককে পাব পহিলা মাৰ্চৰ পৰা স্কেলত …

নিশা মহানগৰীৰ দক্ষিণগাঁৱত নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ

গুৱাহাটী, সংবাদ ৩৬৫, ২৫ জানুৱাৰী : শুকুৰবাৰে নিশা মহানগৰীৰ কাহিলীপাৰাস্থিত দক্ষিণগাঁও পাহাৰৰ পৰা বন বিভাগে পিঞ্জৰাবদ্ধ কৰে এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। পাহাৰৰ শিলৰ গোহাৰ মাজত লুকাই থকা নাহৰফুটুকী বাঘটোক ট্ৰেংকুলাইজ কৰি বন বিভাগে পিঞ্জৰাবদ্ধ কৰি প্ৰেৰণ কৰে চিৰিয়াখানালৈ। দক্ষিণগাঁৱৰ পাহাৰীয়া …

টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৪ জানুৱাৰী : টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ । নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে ৯,৬৩৫ টা পদৰ বাবে বিচৰা হৈছে আবেদন পত্ৰ। নিম্ন প্ৰাথমিক বিদ্যালয়ত ৫,৫১৫ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত ৪,১২০টা খালী হোৱাৰ বিজ্ঞাপন …

ফিল্মফেয়াৰৰ বাবে সাজু অসম পৰ্যটন বিভাগ

গুৱাহাটী, সংবাদ ৩৬৫, ২৪ জানুৱাৰী : গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া দেশৰ সৰ্ববৃহৎ চলচ্চিত্ৰ বঁটা ফিল্মফেয়াৰৰ বাবে সাজু অসম পৰ্যটন বিভাগ। বৃহস্পতিবাৰৰ পৰা মুকলি কৰা হৈছে এই ফ্লিমফেয়াৰৰ টিকট। ‍ গুৱাহাটীৰ সৰুসজাইত হ’বলগীয়া এই অনুষ্ঠানৰ টিকটৰ ন্যূনতম মূল্য ১০০০ টকা আৰু সৰ্বাধিক …

জীৱন্তে অগ্নিদগ্ধ হৈ দুই শিশুৰ কৰুণ মৃত্যু : মুখ্যমন্ত্ৰীৰ তদন্তৰ ঘোষণা

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ জানুৱাৰী : মহানগৰীৰ ৱায়াৰলেছত বৃহস্পতিবাৰে সংঘটিত হোৱা এক ভয়াবহ অগ্নিকাণ্ডত দুটিনকনমাই শিশুৱে কৰুণ মৃত্যুক সাৱটি লগা হয়। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে ঈশান আৰু ইবন। বৃহস্পতিবাৰে দুপৰীয়াৰ মহানগৰী গুৱাহাটীৰ …

অভিনৱ পন্থাৰে বিশ্বনাথত “কা” বাতিলৰ দাবীত বাটৰ নাট

বিশ্বনাথ, সংবাদ ৩৬৫, ২২ জানুৱাৰী : যোৱা ১৬ জানুৱাৰীৰ পৰা বোকাখাতৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমে ৰাজ্যৰ বিভিন্ন ঠাইত গীত আৰু বাটৰ নাটকেৰে “কা” বাতিলৰ দাবীত অভিনৱ পন্থা হাতত লৈছে। বোকাখাতৰ পৰা আৰম্ভ কৰা এই প্ৰতিবাদ শদিয়াৰ পৰা ধুবুৰীলৈকে অব্যাহত …

পথ দুৰ্ঘটনাত নিহত ডবকাৰ এজন যুৱক

ডবকা, সংবাদ ৩৬৫, ২১ জানুৱাৰী : ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনাত । দুৰ্ঘটনাত নিহত হয় ডবকা চহৰৰ এজন যুৱক।নিহত যুৱকজনৰ নাম ডবকা চহৰৰ ৰৌজ বুলি জানিব পৰা গৈছে । ডবকাৰ শালমাৰাত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত আন এজনৰ অৱস্থা সংকটজনক …

২২ জানুৱাৰীত বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ সম্পূৰ্ণ বন্ধ ঘোষণা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ জানুৱাৰী : ২২ জানুৱাৰিত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব বহু বিতৰ্কিত তথা খিলঞ্জীয়াই জাতিধ্বংসী আখ্যা দিয়া নাগৰিকত্ব সংশোধনী আইনৰ। এই দিনটোত বিশ্ববিদ্যালয় ছাত্ৰ সমাজে ঘোষণা কৰিছে ‘Total Shutdown’ । উত্তৰ-পূৰ্বাঞ্চল বিশ্ববিদ্যালয় ছাত্ৰ সমাজে সেইদিনা উত্তৰ-পূৰ্বাঞ্চলৰ …

অহা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত সমগ্ৰ দেশজুৰি বেংক ধৰ্মঘট

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২০ জানুৱাৰী : সপ্তাহত পাঁচ দিন কাম, ‘Pay Structure পুনৰ নিৰ্ধাৰণ’ আদি বিভিন্ন দাবীৰে ধৰ্মঘট বেংক ধৰ্মঘট কাৰ্যসূচী । অহা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ দেশজুৰি এই বেংক ধৰ্মঘট কাৰ্যসূচী ঘোষণা ক্ষুব্ধ বেংক সংগঠনৰ। …

ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ ‘পৰীক্ষা পে চৰ্চা’

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২০ জানুৱাৰী : আপোনালোকৰ বন্ধু নৰেন্দ্ৰ মোদী আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিছে। সোমবাৰে ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানৰ আৰম্ভণিতে এনেদৰে কয় মোদীয়ে । প্ৰধানমন্ত্ৰীয়ে কয় যে আমি বিফলতাৰ সময়তো সফলতাৰ শিক্ষা পাব পাৰো। …