কাছাৰত আৰু দুজন লোক আক্রান্ত কভিড-১৯ কৰ’ণা ভাইৰাছত
গুৱাহাটী, সংবাদ ৩৬৫, ১৮ মে’: কাছাৰ জিলাত আৰু দুজন লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ। ৰাজ্যত আক্রান্তত সংখ্যা ১০৬ লৈ বৃদ্ধি। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে সদৰি কৰিলে কাছাৰত আৰু দুজন লোক আক্রান্ত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা …