নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত গীতে-মাতে ইণ্ডিয়া গেটৰ সন্মুখত দিল্লীবাসী অসমীয়াৰ প্ৰতিবাদ

দিল্লীৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ১৬ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰি আইনত পৰিণত কৰিলে যদিও আইনখনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনৰ লগতে ৰাজ্যবাসীয়ে …

দিল্লীত অসম ভৱনৰ সন্মুখত নাগৰিকত্ব আইনৰ সংশোধনীৰ বিৰুদ্ধে প্ৰতিবাদ

দিল্লীৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই সংবাদ ৩৬৫,১৫ ডিচেম্বৰ: নাগৰিকত্ব আইনৰ সংশোধনীৰ বিৰুদ্ধে অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত অসমীয়াৰ প্ৰতিবাদ। দিল্লীত অসম ভৱনৰ সন্মুখত নাগৰিকত্ব আইনৰ সংশোধনীৰ বাতিলৰ দাবীৰ লগতে ৰাজ্যত প্ৰতিবাদত সাব্যস্ত কৰি শ্বহীদ হোৱা চাৰি অসম সন্তানক সুঁৱৰিলে। নাগৰিকত্ব আইনৰ …

নাগৰিকত্ব আইনৰ সংশোধনী বাতিলৰ দাবীত বাওঁ-গণতান্ত্ৰিক মঞ্চৰ প্ৰতিবাদ

গুৱাহাটী, সংবাদ ৩৬৫, ১৫ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কত ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দে স্বাক্ষৰ কৰি আইনত পৰিণত কৰিলে যদিও এই আইনখনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অব্যহত আছে প্ৰতিবাদ। নাগৰিকত্ব আইনৰ সংশোধনী বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনৰ লগতে ৰাজ্যবাসীয়ে সাব্যস্ত কৰি গৈছে প্ৰতিবাদ। দেওবাৰে …

দীপাঞ্জল দাসক সংগ্ৰামৰ প্ৰথম শ্বহীদ ঘোষণা এ জে ৱাই চি পিৰ : বিজেপিক অসমৰ পৰা বিদায় দিব লাগিব – নাগৰিক সমাজ

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ডিচেম্বৰ : গুৱাহাটী প্ৰেছ ক্লাৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু নাগৰিক সমাজৰ সংবাদমেল । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাইয়ে সংবাদমেলত কয় যে, চৰকাৰে স্বেচ্ছাচাৰীভাৱে এই আন্দোলন দমন কৰিছে । ইফালে দীপাঞ্জল দাসক উক্ত …

পুনৰ ৪৮ ঘণ্টালৈ অৰ্থাৎ সোমবাৰলৈকে বন্ধ থাকিব ইণ্টাৰনেট সেৱা

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ডিচেম্বৰ : পুনৰ ৪৮ ঘন্টালৈ বন্ধ থাকিব ইণ্টাৰনেট সেৱা অৰ্থাৎ সোমবাৰলৈকে বন্ধ থাকিব ইণ্টাৰনেট সেৱা । অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখিয়েই প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । উল্লেখ কৰিব পাৰি যে বিগত দিনকেইটাত কেবৰ বিৰুদ্ধে …

অসমৰ লগতে অসমৰ বাহিৰতো প্ৰবাসী অসমীয়াৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

নিউজ ডেস্ক, ৫, ১৪ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মুম্বাইত অসমীয়াবাসীৰ প্ৰতিবাদ। প্ৰতিবাদত নেতৃত্ব প্ৰদান কৰিছে জয় বৰুৱা, জাহ্নু বৰুৱা, অংগৰাগ পাপন মহন্তকে ধৰি বহু শিল্পীয়ে । ইফালে উড়িশাৰ ভুৱেনৱশ্বৰতো নাগৰিকত্ব আইনৰ বিৰুদ্ধে অসমীয়াবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে …

ক্ৰমাৎ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীলৈ ঘূৰি আহিছে স্বাভাৱিক পৰিস্থিতি : শিথিল কৰা হৈছে সান্ধ্য আইন

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ডিচেম্বৰ : কেবৰ বিৰুদ্ধে হৈ থকা উত্তপ্ত পৰিস্থিতিৰ পাছতে ৰাজ্যৰ লগৱে ক্ৰমাৎ স্বাভাৱিক হৈছে গুৱাহাটী মহানগৰীৰ পৰিস্থিতি। ৭ ঘণ্টাৰ বাবে শিথিল কৰা হৈছে সান্ধ্য আইন। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত চলাচল হৈছে ফেৰী সেৱা। চলাচল হৈছে …

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ গণ অনশন

গুৱাহাটী, সংবাদ ৩৬৫, ১৩ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চান্দমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গণ অনশন। হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী শ্ল’গানত উত্তাল চান্দমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰ। বৃহস্পতিবাৰে নিশা ৰাষ্ট্ৰপতি ৰামনাথ …

মহানগৰীৰ বিভিন্ন প্ৰান্তত কেব’ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যহত

গুৱাহাটী, সংবাদ ৩৬৫, ১২ ডিচেম্বৰ : মহানগৰীত সান্ধ্য আইন, সেনাৰ ফ্লেগ মাৰ্চ তাৰ পিছতো অব্যহত আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীবাসী প্ৰতিবাদ। হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদী সমদলৰ লগতে ৰাজপথৰ ওপৰত টায়াৰ জ্বলাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যহত মহানগৰবাসীৰ। বুধবাৰে …

ৰঙিয়াত পথৰ ওপৰত টায়াৰ জ্বলাই কেবৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ

ৰঙিয়া, সংবাদ ৩৬৫, ১২ ডিচেম্বৰ : ৰাজ্যত অব্যহত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন। ৰঙিয়াবাসী ৰাইজে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ ওপৰত টায়াৰ জ্বলাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলে। প্ৰতিবাদকাৰী সকলৰ ওপৰত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ লাঠিচালনা। যোৱা ৯ ডিচেম্বৰত লোকসভাত …