১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা : এইবাৰৰ পৰীক্ষাত পৰীক্ষাৰ্থীৰ সন্মুখতে নিৰীক্ষকে খুলিব লাগিব প্রশ্ন কাকত
গুৱাহাটী, সংবাদ ৩৬৫, ৫ ডিচেম্বৰ : ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । ছেবাই ইতিমধ্যে পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে । সেই অনুসৰি ১০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ইংৰাজী বিষয়ৰ পৰীক্ষা ৷ ১১ ফেব্ৰুৱাৰীত মিউজিক, ডান্স। ১৩ ফেব্ৰুৱাৰীত ঐচ্ছিক বিষয়সমূহৰ …