মানকাচৰৰ সটিমাৰীত ভয়াৱহ অগ্নিকাণ্ড: কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জ্বলি ভষ্মীভূত
মানকাচৰ, সংবাদ ৩৬৫, ৪ ফেব্ৰুৱাৰী: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত সটিমাৰী গাঁৱত সোমবাৰে নিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড। গেলামালৰ দোকান এখনত অগ্নিকাণ্ডত সংঘটিত হোৱাত দোকানখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। দোকানখনত লক্ষাধিক টকা মূল্যৰ সামগ্ৰীৰ লগতে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ …