ৰাসৰ আনন্দৰ মাজতে বৰপেটা আৰু ওদালগুৰিত পথ দুৰ্ঘটনা
নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৫ নৱেম্বৰ : ৰাসৰ আনন্দৰ পথ দুৰ্ঘটনা। ৰাজ্যৰ দুই স্থানত ক্ৰমে বৰপেটা আৰু ওদালগুৰিত সংঘটিত হয় পথ দুৰ্ঘটনা। ওদালগুৰিৰ এখন ফাৰ্মাচীত কৰ্মৰত দীপক কাৰ্কী(২১) নামৰ যুৱকজন মটৰ চাইকেল দূৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয়। নিশা প্ৰায় ৯ …