এবাৰ ব্যৱহাৰ্য্য প্লাষ্টিক ব্যৱহাৰ কৰিলে ১ লাখ টকাৰ জৰিমনা লগতে ৫ বছৰ জেল
নিউজ ডেস্ক, সংবাদ ৩৬৫, ৫ অক্টোবৰ : প্লাষ্টিকৰ পৰা হোৱা এনেসমূহ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছতা অভিযানৰ লগতে ২ অক্টোবৰৰ পৰা চিংগল ইউজ প্লাষ্টিক ব্যৱহাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাইছিল। প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পাছতে হাৰিয়ানা চৰকাৰে এবাৰ ব্যৱহাৰ্য্য …