হাউলীত ৰাস চাবলৈ গৈ দুৰ্ঘটনাত মৃত্যুক সাবটি ললে দুই যুৱকে
বৰপেটা, সংবাদ ৩৬৫, ২৪ নৱেম্বৰ : বৰপেটা জিলাৰ সৰভোগৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰৰ নিশা সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। হাউলীত ৰাস চাবলৈ গৈ মৃত্যুক সাবটি ল’লে দুই যুৱকে। বিজনীৰ তিনি যুৱক ক্ৰমে সঞ্জয় দাস , প্ৰকাশ দাস আৰু …