শিৱসাগৰ জিলাত বিদ্যুতস্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু

শিৱসাগৰ, সংবাদ ৩৬৫, ১৩ নৱেম্বৰ : মঙলবাৰে পুৱতি নিশা শিৱসাগৰৰ চৰগুৱাত বিদ্যুতস্পৃষ্ট হৈ দুটাকৈ বন্যহস্তীৰ মৃত্যু হয়। খাদ্যৰ সন্ধানত ওলাই অহা হাতী দুটা পুৱা ধাননি পথাৰত উদ্ধাৰ কৰে স্থানীয় ৰাইজে। উল্লেখ কৰিব পাৰি যে বিগত কিছুদিন ধৰি উক্ত অঞ্চলটোত সন্ত্ৰাসৰ …

চাউথ এছিয়ান গেমছত ৰূপৰ পদকেৰে সুনাম কঢ়িয়ালে অসমৰ জীয়াৰীয়ে

গুৱাহাটী, সংবাদ ৩৬৫, ১৩ নৱেম্বৰ : ভাৰতবৰ্ষৰ ক্ৰীড়া জগতলৈ সুনাম কঢ়িয়াই আনিছে অন্য এগৰাকী খেলুৱৈয়ে। চাউথ এছিয়ান গেমছত কাৰাটে প্ৰতিযোগিতাত ৰূপৰ পদক কঢ়িয়াই আনে অসমৰ এগৰাকী জীয়ৰীয়ে । ২১ অনুৰ্ধৰ উক্ত প্ৰতিযোগিতাখনত বাংলাদেশলৈ গৈ অসমৰ একমাত্ৰ প্ৰতিযোগী হিচাপে যোগদান কৰে …

কোকৰাঝাৰত আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিংৰ আয়োজন

কোকৰাঝাৰ, সংবাদ ৩৬৫, ১২ নৱেম্বৰ : সোমবাৰৰ পৰা বিটিচিৰ পৰ্যটন বিভাগৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ বাওখু্গ্ৰীৰ দাংদুফুৰত পৃথিৱীৰ ১০ খন দেশৰ ৬৮ গৰাকী প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰা প্ৰথমখন বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিং আনুষ্ঠানিকভাৱে আয়োজন কৰা হৈছে। ছিংগাপুৰ, চীন, ইণ্ডোনেছীয়া, জাপান, থাইলেণ্ড, নেপাল , …

ব্ৰিক্স শিখৰ সন্মিলনত ভাগ ল’বৰ বাবে দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে ব্ৰাজিললৈ ৰাওনা মোডীৰ

নতুন দিল্লী, ১২ নৱেম্বৰ: ব্ৰাজিলৰ ৰাজধানী ব্ৰিক্সত অহা ১৩-১৪ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া ১১ সংখ্যক ব্ৰিক্স শিখৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মঙ্গলবাৰে দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে ব্ৰাজিললৈ ৰাওনা হয়। প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা এই সন্মিলনখনিৰ এইবাৰৰ বিষয়বস্তু হ’ল ‘উন্নত ভৱিষ্যতৰ বাবে আৰ্থিক বৃদ্ধি’। …

লাডেনৰ পৰা কৃষ্ণ

গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ১২ নৱেম্বৰ : লাডেনৰ পৰা কৃষ্ণ হ’ল গোৱালপাৰাত যোৱা ৫ বছৰে সন্ত্ৰাস চলাই থকা বন্যহস্তী। বন বিভাগে নতুন নামাকৰণ কৰা গোৱালপাৰাৰ হাটীটো এতিয়া বন বিভাগৰ কামত নিয়োজিত কৰা হ’ব। অতি শীঘ্ৰে বন বিভাগে আৰম্ভ …

জুৰোডৰ গ্ৰেণেড বিস্ফোৰণ : নিয়াৰ চাৰ্জশ্বিট দাখিল

গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ১২ নৱেম্বৰ : নিয়াই দাখিল কৰিলে জুৰোড বিস্ফোৰণ কাণ্ডৰ চাৰ্জশ্বিট।৮ জন লোকৰ বিৰুদ্ধে নিয়াই দাখিল কৰিলে চাৰ্জশ্বিট। ৮ জন অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা হৈছে অভিযোগনামা।চাৰ্জশ্বিট দাখিল কৰা কেইজন ক্ৰমে – পাপু কোঁচ ওৰফে বিজয় …

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বাসগৃহৰ সন্মুখত ৰান্ধনীৰ উত্তাল প্ৰতিবাদ

গুৱাহাটী, সংবাদ ৩৬৫, ১২ নৱেম্বৰ : শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বাসগৃহৰ সন্মুখত শতাধিক ৰান্ধনীৰ উত্তাল প্ৰতিবাদ। ‘তেজ দিম, এন জি এ’ক মধ্যাহ্ন ভোজনৰ দায়িত্ব নিদিওঁ’ শ্লোগানেৰে উত্তাল জি এছ ৰোডৰ আকাশ-বতাহ। মঙলবাৰে পুৱাৰ ভাগতে বৰা চাৰ্ভিছত জি এছ ৰোডৰ গাতে লাগি …

অৱশেষত ট্ৰেংকোলাইজ কৰা হ’ল লাডেনক

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ নৱেম্বৰ : গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত যোৱা ৫ বছৰ ধৰি সন্ত্ৰাস চলাই ৫০ জনতকৈও অধিক লোকক বধ কৰা বন্যহস্তী লাডেনক আজি বন বিভাগৰ সহযোগত ট্ৰেংকোলাইজ কৰিবলৈ সক্ষম হয় চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা। গোৱালপাৰাৰ হত্যাকাৰী লাডেনক …

মাছৰ পিছতে এইবাৰ লক্ষাধিক মূল্যত বিক্ৰী এটা কেঁকোৰা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ নৱেম্বৰ : কেইমাহ মানৰ পূৰ্বে উৰিষ্যাৰ চান্দৱলী অঞ্চলৰ ধামৰা সমুদ্ৰতীৰত কেইজনমান মাছমৰীয়াৰ জালত ১০৭ কেজি ওজনৰ এটা মাছ উঠে। প্ৰতি কেজিত ৭০০০ টকাকৈ এই মাছটো ক্ৰয় কৰে চেন্নাইৰ এটা দৰৱ কোম্পানীয়ে। এই মাছটো বিক্ৰী কৰি …

অ’লা, উবেৰ, ৰেপিড’ৰ পিছতে এইবাৰ ২৪ ঘন্টাই সেৱাৰ বাবে সাজু ৰাজদূত

গুৱাহাটী, সংবাদ ৩৬৫, ১১ নৱেম্বৰ : অ’লা, উবেৰ, ৰেপিড’ আদি বাইক আৰু টেক্সি সেৱাৰ পিছতে জনসাধাৰণৰ সহায়ৰ বাবে ওলাই আহিছে ৰাজদূত । ৰাজদূতত বাইক আৰু টেক্সি দুয়োবিধেই উপলব্ধ হ’ব। অ’লা,উবেৰ, ৰেপিড’ আদি সেৱাসমূহতকৈ ১০ % ভাড়া কম হ’ব ৰাজদূতত । …