কেবৰ বিৰোধীতাৰে অতি শীঘ্ৰেই আন্দোলন হুংকাৰ এ আই ইউ ডি এফ দলৰ : বিজেপি চৰকাৰে লোৱা সকলো সিদ্ধান্তই অসমৰ বিৰোধী – আমিনুল ইছলাম
গুৱাহাটী, সংবাদ ৩৬৫, ১৬ নৱেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এ আই ইউ ডি এফৰ মুখ্য কাৰ্যালয়ত সংবাদমেল। এ আই ইউ ডি এফৰ সম্পাদক আমিনুল ইছলামে সংবাদমেলত কয় যে কেবৰ জৰিয়তে ৫ খন ৰাষ্ট্ৰৰ পৰা মানুহ আনিব বিচাৰিছে চৰকাৰে। সেই …