অসম-উত্তৰ পূৰ্বাঞ্চলৰ হজ যাত্ৰীৰ পৰা বিমান ভাড়াৰ নামত অতিৰিক্ত ৬২ হাজাৰ আদায় : গৰীয়া-মৰীয়া যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
ৰঙিয়া, সংবাদ ৩৬৫, ১৯ অক্টোবৰ : কেন্দ্ৰীয় হজ কমিটিয়ে পবিত্ৰ হজ যাত্ৰাৰ নামত অসম তথা উত্তৰ-পূৱৰ হজযাত্ৰীসকলৰ পৰা বিমান ভাড়াৰ নামত অত্যাধিক হাৰত ধন আদায় কৰাক লৈ ৰঙিয়াত এক প্ৰতিবাদী কার্যসূচী ৰূপায়ন কৰে সদৌ অসম গৰীয়া-মৰীয়া যুৱ ছাত্ৰ পৰিষদ, ৰঙিয়া …