চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ বিস্ফোৰক সহ সজিৱ গুলি উদ্ধাৰ
চিৰাং, সংবাদ ৩৬৫, ১৬ অক্টোবৰ : চিৰাং জিলাৰ আমগুৰী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ কয়লাময়লাত সেনা-আৰক্ষীয়ে বিশেষ সুত্ৰে পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই শুকান টাক্লাই অঞ্চলত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সন্দেহ কৰা হৈছে যে নিষিদ্ধ উগ্ৰপন্থী …