কিমান দিন চিকিৎসালয়ৰ মৰ্গত পৰি থাকিব দুলাল চন্দ্ৰ পালৰ মৃতদেহ
নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৮ অক্টোবৰ : দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ ২৮ ছেপ্টেম্বৰত জি এম চি এইছত তেজপুৰ ডেটেনশ্যন কেম্পত থকা দুলাল চন্দ্ৰ পালক ভৰ্তি কৰোৱাৰ পাছত চিকিৎসাধীন অৱস্থাতে ১১ অক্টোবৰত মৃত্যু হয়। মৃত্যুৰ পাছত দুলাল চন্দ্ৰ পালৰ …