স্বাধীনতা দিৱসক লৈ সষ্টম মহানগৰ আৰক্ষী

গুৱাহাটী, সংবাদ ৩৬৫, ৭ আগষ্ট : ১৫ আগষ্টৰ প্ৰাক মুহূৰ্তত মহানগৰ আৰক্ষীৰ তৎপৰতা ৷ ভাৰপ্রাপ্ত বিষয়াৰ সৈতে আৰক্ষী আয়ুক্তৰ জৰুৰী বৈঠক। আৰক্ষী আয়ুক্ত অধীনৰ সকলো থানাৰ অচি বৈঠকত উপস্হিত । স্বাধীনতা দিৱসত জেহাদী, উগ্ৰপন্থীৰ কুটাঘাত ৰোধৰ বাবে এই বৈঠক মহানগৰ …

পুনৰ দুৰ্ঘটনাগ্ৰস্ত এন আৰ চিৰ শুনানিলৈ যোৱা এখন আলট্ৰা বাছ

ছয়গাঁও, সংবাদ ৩৬৫, ৭ আগষ্ট : মঙলবাৰে নিশা ছয়গাঁৱৰ গোৱৰ্ধনত পথৰ দাঁতিত বাগৰিল এখন আলট্ৰা বাছ। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বকোৰ অভিমুখে গৈ বাছখনে গোৱৰ্ধনত আন এখন বাহনক অতিক্ৰম কৰিবলৈ লওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথৰ দাঁতিত। উল্লেখ্য যে বকোৰ ডেকাচাঙৰ …

মোডী চৰকাৰৰ প্ৰথম কাৰ্যকালৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ দেহাৱসান

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৭ আগষ্ট : হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱাৰ ফলত মৃত্যু হয় বিজেপি দলৰ জ্যেষ্ঠ নেত্ৰী তথা মোদী চৰকাৰৰ প্ৰথম কাৰ্যকালৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ । দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল মন্ত্ৰীগৰাকী । চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু …

ভুক্তভোগীক গুলীয়াই মাৰিবৰ বাবে আহ্বান চৰকাৰলৈ

জনীয়া, ০৬ আগষ্ট: এন আৰ চিৰ পুনৰীক্ষণৰ সময়সূচীৰ চাৰি ঘন্টা পিছত জাননী প্ৰাপ্তক লৈ জনীয়াৰ ভাতকুছিত তীব্ৰ আতংক। এন আৰ চিৰ নামত হাৰাশাস্তি বন্ধ কৰি চৰকাৰে ভূক্তভোগী ৰাইজক গুলিয়াই মৰাৰ আহ্বান ভুক্তভোগীৰ । বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ভাতকুছিত সম্প্ৰতি …

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এক পৰিৱেশৰ সৃষ্টিৰ মাজেৰে এন আৰ চিৰ কাম বাধাগ্ৰস্ত কৰিব বিচাৰিছে – কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

জনীয়া, সংবাদ ৩৬৫, ৬ আগষ্ট: এন আৰ চিত পুনৰ পৰীক্ষণৰ বাবে হাজাৰ হাজাৰ লোকক মাত্ৰ এদিন পূৰ্বে জাননী প্ৰদান কৰি ৩০০-৪০০ কিঃমিঃ দূৰলৈ শুনানীৰ বাবে মাতি পঠোৱাৰ পিছত সৃষ্টি হোৱা হাহাঁকাৰ পৰিস্থিতি সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি …

জনীয়া, ০৬ আগষ্ট: প্ৰলয়ংকাৰী বানে কলগাছিয়াত নষ্ট কৰিলে কৃষকৰ হেজাৰ হেজাৰ বিঘা ধান খেতি : কঠীয়াৰ অভাৱত পতিত হৈ পৰিছে হেজাৰ হেজাৰ বিঘা কৃষি ভূমি

জনীয়া, সংবাদ ৩৬৫, ৬ আগষ্ট: প্ৰলয়ংকাৰী বানপানীৰ ফলত সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত হেজাৰ হেজাৰ বিঘা শালি ধান খেতি পচি যোৱাত কৃষিজীৱি ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কলগাছিয়া ৰাজহ চক্ৰৰ বেছি সংখ্যক গাঁওৰ কৃষকে প্ৰথমটো …

আজিৰ দিনটো ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ বাবে ক’লা দিন : জম্মু-কাশ্মীৰবাসীৰ এই সংকটৰ সময়ত তেওঁলোকৰ লগত আছো

গুৱাহাটী, সংবাদ ৩৬৫, ৫ আগষ্ট : ভাৰতৰ সংসদত বিজেপি চৰকাৰে কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ বাবে লোৱা প্ৰস্তাৱ আৰু জম্মু-কাশ্মীৰক দ্বিখণ্ডিত কৰি দুটা কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰ্যবসিত কৰিবলৈ লোৱা সিদ্ধান্তত গভীৰ উদ্বেগ প্ৰকাশ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । তেওঁলোকৰ মতে …

তিনি তালাক বিৰোধী বিধেয়ক সমৰ্থন জনোৱা মহিলাক বিবাহ বিচ্ছেদ স্বামীৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৫ আগষ্ট : লোকসভা আৰু ৰাজ্যসভাত তিনি তালাক বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত বহু মুছলমান মহিলাই বিধেয়কখন গৃহীত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক মুকলিকৈ সমৰ্থন জনাইছে। বিধেয়কখন গৃহীত হোৱাৰ পাছত খুবেই আনন্দিত মুছলমান মহিলাসকল । চৰকাৰৰ এই …

এন আৰ চিৰ হিয়েৰিংৰ বাবে যোৱা বাছৰ ভয়ংকৰ পথ দুৰ্ঘটনা : দুজন বাইক আৰোহি নিহত

গুৱাহাটী, সংবাদ ৩৬৫, ৫ আগষ্ট : দেওবাৰে ১১.৩০ বজাত খানাপাৰাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এন আৰ চিৰ শুনানিলৈ যোৱা এখন বাছ ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় ৷ গুৱাহাটী অভিমুখি শিলভৰ্তি এখন এ এছ ১৪ চি ০৫৯৮ নম্বৰৰ ডাম্পাৰ …

একাদশ ৰাষ্ট্ৰীয় থাই বক্সিঙত অসমৰ কেইবাটাও সোনৰ পদক অৰ্জন

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৫ আগষ্ট : একাদশ ৰাষ্ট্ৰীয় থাই বক্সিঙত অসমৰ কেইবাটাও সোনৰ পদক অৰ্জন । হায়দৰাবাদৰ তেলেংগানাৰ গাচিবাউলী ষ্টেডিয়ামত হোৱা একাদশ ৰাষ্ট্ৰীয় থাই বক্সিঙত অসমৰ এই সাফল্য । ২৪ খন ৰাজ্যৰ ৮৬৪ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখন …