জুবীন গাৰ্গক জুবীন গাৰ্গ নহয়, জুবীন সুৰাকণ্ঠ আখ্যা ক্ষোভিত ব্ৰাহ্মণ সমাজৰ যুৱ মঞ্চই
গুৱাহাটী, সংবাদ ৩৬৫, ২৯ জুলাই : সততে বিতৰ্কত থকা জুবীন গাৰ্গক সুৰাকণ্ঠ আখ্যা দিলে একাংশ ক্ষোভিত ৰাইজে । উল্লেখযোগ্য যে শুক্ৰবাৰে মহানগৰৰ পূৰ্ণবিকাশ সংস্থাই আয়োজন কৰিছিল পাঞ্জা প্ৰতিযোগিতাৰ সাংস্কৃতিক অনুষ্ঠান । অনুষ্ঠানতে জুবীন গাৰ্গে ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিৰুদ্ধে কৰিছিল বিতৰ্কিত মন্তব্য। …