ধোনীৰ অৱসৰৰ পিছত কোনো ভাৰতীয় খেলুৱৈয়ে পৰিধান নকৰে জাৰ্চি নম্বৰ ৭
নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ জুলাই : বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত হৈ অহা তথ্য অনুসৰি অহা বছৰ টি–২০ বিশ্বকাপৰ পিছতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক চিৰ বিদায় জনাব পাৰে মহেন্দ্ৰ সিং ধোনীয়ে। ভাৰতীয় ক্ৰিকেটলৈ মহেন্দ্ৰ সিং ধোনীৰ অৱদান উল্লেখনীয়। ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে মহেন্দ্ৰ …