প্ৰিয়ংকা গান্ধীক বিনা চৰ্তে মুকলি কৰি দিবলৈ দাবী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ জুলাই : উত্তৰ প্ৰদেশৰ সোনভদ্ৰত হোৱা হত্যাকাণ্ডৰ বাবে সম্প্ৰতি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজনৈতিক মহলত । সদনৰ পৰা ৰাজপথলৈ সকলোতে হত্যাকাণ্ডৰ সৰৱ চৰ্চা। ইয়াৰ মাজতে আহত আৰু নিহত পৰিয়ালৰ খবৰ লবলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ …

ভাৰত বিশ্বৰ শৰণাৰ্থীৰ ৰাজধানী হ’ব নোৱাৰে : অবৈধ নাগৰিকৰ নাম কৰ্তনৰ বাবে এন আৰ চিৰ সময়সীমা ৩১ আগষ্টলৈ বৃদ্ধিৰ আহ্বান কেন্দ্ৰীয় চৰকাৰৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৯ জুলাই : উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ গঠিত দুজনীয়া বিচাৰপীঠৰ এন আৰ চিৰ সন্দৰ্ভত শুনানি। খচৰাত বহু অবৈধ নাগৰিকৰ নাম আন্তৰ্ভুক্তি হোৱা বুলি দাবী কেন্দ্ৰীয় চৰকাৰৰ। ভাৰত বিশ্বৰ শৰনাৰ্থীৰ ৰাজধানী হ’ব নোৱাৰে । সেয়ে …

ধুবুৰী জিলাত পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই প্ৰাক্তন ছাত্ৰ নেতাৰ

ধুবুৰী, সংবাদ ৩৬৫, ১৯ জুলাই : ধুবুৰী জিলাৰ খুদিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা । পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই প্ৰাক্তন ছাত্ৰ নেতাৰ । জানিব পৰা অনুসৰি নিহত দুজন সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য । ছাত্ৰ নেতা কেইজনৰ নাম ক্ৰমে নাৰায়ণ ৰঞ্জন …

‘ হল অব ফেম’ ত অন্তৰ্ভুক্ত হ ‘ল শচীন তেণ্ডুলকাৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৯ জুলাই : ‘হল অব ফেম’ত অন্তৰ্ভুক্ত হ’ল মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ। আই চি চিয়ে অন্তৰ্ভুক্ত কৰিছে শচীন তেণ্ডুলকাৰক । ‘হল অব ফেম’ সন্মান অৱসৰ লোৱাৰ ৫ বছৰৰ পাছত দিয়া হয়। আই চি চিৰ গাইডলাইন অনুসৰি …

মহানগৰীৰ মাজিৰিগাওঁত বানাক্ৰান্তৰ পথ অৱৰোধ : উত্তপ্ত পৰিস্থিতিৰ বাবে আৰক্ষী, চিআৰপিএফ, বীৰাংগনাৰ দল মোটেয়ন

পলাশবাৰী, সংবাদ ৩৬৫, ১৮ জুলাই : এইবাৰ বানাক্ৰান্ত লোকে অৱৰোধ কৰিলে ৰাজ্যিক পথ । মহানগৰীৰ ধাৰাপুৰৰ সমীপৰ মাজিৰিগাওঁত বানাক্ৰান্ত লোকে অৱৰোধ কৰিলে পথ । ধাৰাপুৰ-পলাশবাৰী সংযোগী ৰাজ্যিক পথ অৱৰোধ কৰি দিলে স্থানীয় বানাক্ৰান্ত লোকে । একাংশ লোকে নলা-নৰ্দমা বন্ধ কৰি …

বাঢ়নী পানীৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাঘে জিৰণি ল’লেগৈ মানুহৰ ঘৰত

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৮ জুলাই : ৰাজ্যৰ চাৰিওফালে বানৰ বিভীষিকাময় পৰিস্থিতি । বানৰ প্ৰভাৱত ৰাষ্ট্ৰীয় উদ্যানসমূহো । পানীৰ বাবে নিৰাপদ আশ্ৰয়ৰ বাবে হাহাকাৰ বন্যপ্ৰাণীসমূহৰ । এনে সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক প্ৰাপ্তবয়স্ক ঢেকীয়াপতীয়া বাঘক দেখা পোৱা গল কাজিৰঙাৰ এটা পৰিয়ালৰ …

প্ৰথমবাৰৰ বাবে এন আই এৰ আদালতত জু ৰোড বিস্ফোৰণৰ ৭ অভিযুক্ত : “তদন্ত চলি আছে , আমি দোষী নহয়” – প্ৰাণময় ৰাজগুৰু

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জুলাই : আদালতৰ পৰা এন আই এৰ আদালতলৈ হস্তান্তৰ কৰা হ’ল জু ৰোড বিস্ফোৰণৰ বিচাৰ প্ৰক্ৰিয়া । প্ৰথমবাৰৰ বাবে এন আই এৰ আদালতত জু ৰোড বিস্ফোৰণৰ ৭ অভিযুক্ত । ১৪ দিনৰ ন্যায়িক জিম্মা লৈ প্ৰেৰণ কৰা …

আন্তঃৰাষ্ট্ৰীয় আদালতত ভাৰতৰ জয় : পাকিস্তান সেনাৰ আদালতে কুলভূষণ যাদৱক দিয়া ফাঁচীৰ ৰায় স্থগিত ৰাখিলে আই চি জে

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৮ জুলাই : আন্তঃৰাষ্ট্ৰীয় আদালতত ভাৰতৰ বৃহৎ জয়। আন্তঃৰাষ্ট্ৰীয় আদালতে স্থগিত ৰাখিলে ভাৰতৰ প্ৰাক্তন নৌ সেনা বিষয়া কুলভূষণ যাদৱক চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত ফাঁচীৰ ৰায় । পাকিস্তানৰ সেনা আদালতে কুলভূষণ যাদৱক ফাঁচীৰ আদেশ দিছিল যদিও এই আদেশত …

গুৱাহাটীত জব্দ ৩৪ লাখ মূল্যৰ নিচাজাতীয় টেবলেট : গ্ৰেপ্তাৰ পশ্চিমবংগৰ দুই যুৱতী

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জুলাই : গুৱাহাটীত ৰে’ল আৰক্ষীৰ নিয়মীয়া তালাচীত আটক ২ যুৱতী। যুৱতীৰ পৰা জব্দ ৩৪,১০০টা নিচাজাতীয় টেবলেট।  নিচাজাতীয় টেবলেটখিনিৰ মূল্য প্ৰায় ৩৪ লাখ টকা।  ডিমাপুৰৰ পৰা বিহাৰৰ আলিপুৰ দুৱাৰ হৈ বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে জব্ধ কৰা হয় …

ৰাজ্যত বানৰ প্ৰভাৱত ২০ লাখতকৈও অধিক শিশু : পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধাৰ পৰা বঞ্চিত শিশুৰ প্ৰতি গুৰুত্ব নাই চৰকাৰৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৮ জুলাই : ৰাজ্যত এতিয়া চাৰিওফালে কেৱল বানৰ বিভীষিকাময় পৰিবেশ । ৰাজ্যৰ এই প্রলংকাৰী বানত ২০ লাখতকৈও অধিক শিশু বানৰ প্ৰভাৱত । কিন্তু এই দুৰ্যোগৰ সময়ত এতিয়াও অসম চৰকাৰৰ এই শিশুসকলৰ বাবে নাই প্ৰয়োজনীয় আঁচনি । …