পুনৰ ২০১৯-২০ বৰ্ষৰ বাবে সাজু হ’ল ইতিহাস থিয়েটাৰ

পলাশবাৰী, সংবাদ ৩৬৫, ১৪ জুলাই : পুনৰ ২০১৯-২০ বৰ্ষৰ বাবে সাজু হ’ল ইতিহাস থিয়েটাৰ । দেওবাৰে মিৰ্জাত ইতিহাস থিয়েটাৰৰ শুভ নাট্যৰাম্ভ হয় । পুৱাৰে পৰা বিভিন্ন মাংগলিক ৰিতি-নীতি পুজা পৰম্পৰাৰে আজি দ্বাদশ বৰ্ষৰ বাবে সাজু হ’ল ইতিহাস থিয়েটাৰ । মিৰ্জাস্থিত …

উত্তৰ-পূৱ ভাৰতৰ ৭ ৰাজ্যৰ বাবে গুৱাহাটীত ইণ্ডিয়ান অইলৰ ‘ফিল্‌ এণ্ড ৱিইন’ অভিযানৰ শুভাৰম্ভ

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ জুলাই : ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড আৰু কাৰ্ল অনে সন্মিলিতভাবে আই. অ’.এ.অ’.ডি. অনুসৰি উত্তৰ পূৱত বৰ্তমানলৈকে অনুষ্ঠিত হোৱা সবাতোকৈ ডাঙৰ এক অভিযানৰ আৰম্ভ কৰিছে। গ্ৰাহক কেন্দ্ৰীক এই অভিযান অসম,মেঘালয়,অৰুণাচল প্ৰদেশ,নাগালেণ্ড,মণিপুৰ আৰু মিজোৰাম সামৰি উত্তৰপূবৰ ৫৭৪খন ইণ্ডিয়ান …

নাৰী নিৰ্যাতন আৰু ইয়াৰ আত্মৰক্ষাৰ বাবে বিশেষ প্ৰশিক্ষণ এগৰাকী যুৱতীৰ : কোন এই যুৱতী ?

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ জুলাই : নাৰী নিৰ্যাতন এটা বহু চৰ্চিত বিষয় ৷ কৰ্মস্হান , বিদ্যালয় আদিৰ পৰা নিজৰ ঘৰখনলৈকে এই সকলোবোৰতে যুৱতীসকল , মহিলাসকল নিৰ্যাতিতা হৈ আহিছে । উত্তৰ-পূব ছাত্ৰী সংগঠনৰ সাধাৰণ সম্পাদিকা মুনমী দত্তৰ নেতৃত্বত ২০১৩ চনৰ পৰা …

বানপানী আৰু ভূমিস্খলনৰ বাবে ৰে’ল বাতিলৰ লগতে ৰে’লৰ পথ সলনিৰ সিদ্ধান্ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১৩ জুলাই : বিগত দিনবোৰত নেৰানেপেৰাকৈ হৈ থকা প্ৰৱল বৃষ্টিপাতৰ বাবে অসমত বানপানী আৰু উত্তৰ-পূবৰ বাকীবোৰ ৰাজ্যত ভূমিস্খলনে ভয়াবহ ৰূপ ধাৰণ কৰিছে। এই বানপানী আৰু ভূমিস্খলনৰ ফলত বহুতো ৰে’ল লাইন ক্ষতিগ্ৰস্ত হৈছে । যাৰ বাবে বহুতো ৰেল …

আগন্তুক এসপ্তাহ ধৰি অব্যাহত থাকিব ৰাজ্যত বৰষুণ : বান পৰিস্থিতি আৰু ভয়াবহ হোৱাৰ ইংগিত

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৩ জুলাই : ৰাজ্যৰ চৌদিশে এতিয়া কেৱল পানী আৰু পানী । নদীৰ বাঢ়নী পানীয়ে যেন ধ্বংসৰ যজ্ঞ পাতিছে । ৰাজ্যৰ এই বিভীষিকাময় বান পৰিস্থিতিৰ মাজতেই বৰঝাৰস্থিত গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যখনত আগন্তুক এসপ্তাহৰ বতৰৰ আগলি …

ৰাজ্যৰ দ্বিতীয়টো বানে প্ৰাণ ল’লে চাৰিজনকৈ লোকৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১২ জুলাই : ৰাজ্যত বানপানীৰ তাণ্ডৱ অব্যহত আছে। বাঢ়নী পানীয়ে প্লাবিত কৰিছে ন ন অঞ্চল। উজনিৰ পৰা নামনিলৈকে সংহাৰী ৰূপ ধাৰণ কৰিছে বছৰৰ দ্বিতীয়টো বানপানীয়ে। বৰ্তমানলৈকে বানপানীৰ ফলত নিহত হৈছে ৪ গৰাকীকৈ ব্যক্তি। গোলাঘাট জিলাত বাঢ়নী …

ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে বছৰৰ দ্বিতীয়টো বানপানীয়ে : ১৭ খনকৈ জিলা পানীৰ তলত

গুৱাহাটী, সংবাদ ৩৬৫, ১২ জুলাই : অসমৰ অন্যতম প্ৰাকৃতিক বিপৰ্য্যয় বাৰিষাকালত বছৰি অহা প্ৰলয়ংকাৰী বানপানী । বছৰ বাগৰাৰ লগে লগে বানপানীয়েও ক্ৰমাৎ গুৰুত্বৰ ৰূপ ধাৰণ কৰিবলে লৈছে ৷ ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে বছৰৰ দ্বিতীয়টো বানপানীয়ে। ১৭খনকৈ জিলা বৰ্তমান পানীৰ …

ৰাজ্যত বানৰ প্ৰকোপত বুৰ গৈছে ন-ন অঞ্চল : দক্ষিণ কামৰূপৰ প্ৰায়বোৰ ঠাই এতিয়া বানৰ তলত

পলাশবাৰী, সংবাদ ৩৬৫, ১২ জুলাই : ৰাজ্যত এতিয়া বৃদ্ধি পাইছে বানৰ প্ৰকোপ । কি উজনি কি নামনি প্ৰায়বোৰ অঞ্চল এতিয়া বুৰ গৈছে বানত । ভয়াৱহ হাৰত বৃদ্ধি পাইছে সকলো নৈ,উপ নৈৰ জলপৃষ্ঠ । ৰাজ্যত বিগত ৩দিন ধৰি হৈ থকা নেৰানেপেৰা …

পদপথৰ ব্যৱসায়ীৰ ওপৰত গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰীৰ ময়মতালি : দৈনিক পইচা নিদিলে ক্ষুদ্ৰ ব্যৱসায়ীৰ পকেটৰ পৰা আজুৰি পইচা উলিয়াই লৈ যায় পৌৰ নিগমৰ কৰ্মচাৰীয়ে

গুৱাহাটী, সংবাদ ৩৬৫, ১১ জুলাই : পদপথ তথা ৰাজপথত বিভিন্ন লোকে ব্যৱসায় কৰাৰ বাবে বহু সময়ত অসুবিধাৰ সন্মুখীন হৈ আহিছে পথচাৰীসকল । যাৰ বাবে অবৈধ ভাৱে তথা প্ৰশাসনৰ অনুজ্ঞা পত্ৰ অবিহনে কোনো লোকে ব্যৱসায় কৰিলে কোনো স্থানৰ পৰা ব্যৱসায়ীসকলক আতৰাই …

অতি শীগ্ৰেই বিপদ সীমা অতিক্ৰম কৰিব ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই : বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা বন্ধ থাকিব গুৱাহাটী- উত্তৰ গুৱাহাটী ফেৰী সেৱা

গুৱাহাটী, সংবাদ ৩৬৫, ১১ জুলাই : ব্ৰহ্মপুত্ৰত পানী বঢ়াৰ বাবে সাময়িকভাৱে বন্ধ হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা। বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা বন্ধ থাকিব এই সেৱা। যোৱা কেইবাদিনো ধৰি একেৰাহে ৰাজ্যত হোৱা বৰষুণৰ ফলত ক্ৰমাৎ বাঢ়ি আহিছে ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনদীসমূহৰ জলপৃষ্ঠ …