নিৰাপত্তাৰক্ষীৰ গুলিত নিহত লস্কৰ ই তৈবাৰৰ কেডাৰ
নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ ছেপ্টেম্বৰ : জম্মু-কাশ্মীৰৰ চুপুৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত লষ্কৰ ই তৈবাৰৰ কেডাৰ আছিফ । বুধবাৰে পুৱা সংঘটিত হয় এই ঘটনা । ইতিমধ্যে আৰক্ষীয়ে সদৰি কৰিছে এই কথা। বুধবাৰে পুৱাৰে পৰা নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত চলাইছিল অভিযান। উল্লেখ্য যে, …