যিকোনো মুহূৰ্ততে ভাৰতত কূটাঘাত সংঘটিত কৰিব পাৰে পাকিস্তানে : গোপনে জে’লৰ পৰা মুক্তি ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ চলোৱা সন্ত্ৰাসবাদী সংগঠনৰ নেতাক
নিউজ ডেস্ক, সংবাদ ৩৬৫, ৯ ছেপ্টেম্বৰ : এক গোপন সূত্ৰই প্ৰকাশ কৰা অনুসৰি সন্ত্ৰাসবাদী সংগঠনৰ নেতা মাছুদ আজহাৰক গোপনে জে’লৰ পৰা মুক্ত কৰিছে পাকিস্তানে । উল্লেখযোগ্য যে এই মাছুদ আজহাৰ পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ নেতা। ১৪ ফেব্ৰুৱাৰীত পুলৱামাত ভাৰতীয় …