আঞ্চলিক ৰাজনৈতিক দলৰ নামত সুবিধাবাদৰ ৰাজনীতিৰ আৰম্ভ হৈছে” – ৰাজকুমাৰ বৈশ্য
গুৱাহাটী, সংবাদ ৩৬৫, ৩১ মে’ : জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, অসমৰ প্ৰথম বৰ্ষপুতি উপলক্ষে বহুধাবিভক্ত অসমৰ জাতীয়তাবাদী শক্তি সমূহক একত্ৰিত কৰাৰ উপায় বিষয়টোৰ সন্দৰ্ভত এক আলোচনা চক্ৰৰ আয়োজন কৰে। আলোচনাচক্ৰৰ বিষয়ৰ সন্দৰ্ভত জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, অসমৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ …