দপদপনি : চোৰাং কাঠৰ বিৰুদ্ধে ফেছবুকত পোষ্ট কৰাৰ বাবেই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যক মাৰপিট কাঠ মাফিয়াৰ

বৰপেটা, সংবাদ ৩৬৫, ১৩ মে’ : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত জাউৰিমাৰী-চিকনীত বিগত কেইবা বছৰ ধৰি বন বিভাগ আৰু আৰক্ষীৰ সহযোগিতাত চলি থকা চোৰাং কাঠৰ বেহাৰ বিৰুদ্ধে ফেছবুকত পোষ্ট কৰাৰ বাবেই কাঠৰ মাফিয়াই যুৱকজনক আবদ্ধ কৰি মাৰপিট কৰা ঘটনাই …

জাকিৰ হুছেইনৰ মন্তব্য গণতন্ত্ৰৰ বাবে দুৰ্ভাগ্যজনক : ভাৰতীয় জনতা পাৰ্টিয়ে এন আৰ চি শুদ্ধভাৱে হোৱাটো বিচাৰে – ৰূপম গোস্বামী

গুৱাহাটী, সংবাদ ৩৬৫, ১৩ মে’ : বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল । সংবাদমেলত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন চিকদাক সমালোচনা ৰূপম গোস্বামীৰ । বিধায়ক জাকিৰ হুছেইন চিকদাৰে এন আৰ চিৰ সন্দৰ্ভত কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া মুখপাত্ৰগৰাকীৰ । ৰূপম গোস্বামীয়ে কয় …

ছাগলী মাংসৰ মূল্য হ্ৰাস : মঙলবাৰৰ পৰা ৫৬০ টকাৰ দৰত ক্ৰয় কৰিব পাৰিব ছাগলীৰ মাংস

গুৱাহাটী, সংবাদ ৩৬৫, ১৩ মে’ : চৰা দামত গ্ৰাহকসকলে ক্ৰয় কৰি আহিছিল ছাগলীৰ মাংস। প্ৰতিকিলো ছাগলী মাংস গ্ৰাহকসকলে ক্ৰয় কৰি আহিছিল ৬০০ টকাকৈ । কিন্তু এতিয়াৰে পৰা ৬০০ টকাৰ মূল্যৰ ছাগলী মাংস ক্ৰয় কৰিব পাৰিব ৫৬০ টকাৰ দামত। গুৱাহাটী মহানগৰী …

কাকপথাৰৰ ডেজিগনেটেড শিবিৰত জিতেন দত্তৰ বিশেষ পদক্ষেপ : তামোলৰ ঢকুৱাৰ পৰা কাঁহী, বাতি,চামুচ বনোৱা ক্ষুদ্ৰ উদ্যোগ স্থাপন দত্তৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৩ মে’ : অসমত নিবনুৱা সমস্যা এতিয়া আৰু নতুন সমস্যা হৈ থকা নাই । এই সমস্যা চিৰপৰিচিত । পৰিস্থিতি এনেকুৱা হৈছেগৈ যে অসমৰ যুৱক-যুৱতীসকলে উচ্চ শিক্ষা গ্ৰহণ কৰিও চৰকাৰী চাকৰি লাভ কৰিব পৰা নাই। ইয়াৰোপৰি, অসমৰ …

ড্ৰেগন্স, হক্‌ছ, ৰাইনোজ, ঈগল্‌ছ, ক্ৰ’জ, থাণ্ডাৰ্ছৰ জয় : গুৱাহাটী বেবী লীগৰ ছেমি ফাইনেলত প্ৰৱেশ

গুৱাহাটী, সংবাদ ৩৬৫, ১২ মে’: জিৱাই এছ এফ চি চি ড্ৰেগন্স, সৰুসজাই হক্‌ছ, জিটিচি ৰাইনোজ, ৰিংচাং ঈগল্‌ছ, এনএফআৰ ক্ৰ’জ আৰু বিএমৱাইচি থাণ্ডাৰ্ছে নিজ নিজ শাখাত গ্ৰেটাৰ গুৱাহাটী বেবী লীগৰ প্ৰথম ছিজনৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ গুৱাহাটী চিটী এফ চি (জিচিএফচি) আৰু …

মাদাৰছ অল্ড এজ হ’মত উদযাপন মাতৃ দিৱস

গুৱাহাটী, সংবাদ ৩৬৫, ১২ মে’ : সমাজ গঠনত মাতৃ সকলৰ ভূমিকাক পুনৰ সোঁৱৰণ কৰিবলৈ আৰু মাতৃ সকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ পালন কৰা হয় মাতৃ দিৱস। পোন প্ৰথম বাৰৰ বাবে ১৯০৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত পালন কৰা হৈছিল মাতৃ দিৱস। সেই …

নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দিনাই স্থাপন কৰা হ’ব মা উগ্ৰতাৰাৰ দুয়োভাগ মূৰ্ত্তি

গুৱাহাটী, সংবাদ ৩৬৫, ১২ মে’ : উগ্রতাৰা দেৱালয়ত মন্দিৰ পৰিচালনা কমিটিৰ সাধাৰণ সম্পাদক কৈলাশ শৰ্মাই এক সংবাদমেলৰ সম্বোধন কৰে । সংবাদ মেলত অহা ২৩ মে’ৰ দিনা মা উগ্ৰতাৰাৰ দুয়োটা মূৰ্ত্তি প্ৰতিষ্ঠা কৰিব বুলি জানিবলৈ দিয়ে অৰ্থাৎ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনাই …

বিদেশী বুলি ঘোষিত নাগৰিকক চৰকাৰে ডেটেনশ্যন কেম্পৰ পৰা মুকলি কৰি দিয়া কাৰ্যক তীব্ৰ বিৰোধীতা অখিল গগৈৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১২ মে’ : কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ এন আৰ চিৰ সন্দৰ্ভত নিজ বাসগৃহত সংবাদমেল । সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে ৩১ ডিচেম্বৰৰ ভিতৰত এন আৰ চি সম্পূৰ্ণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। আনহাতে ইতিমধ্যে …

কলগাছিয়াত ৫ বছৰীয়া কন্যা শিশুক ধর্ষণ ৭০ বছৰীয়া বৃদ্ধৰ

বৰপেটা, সংবাদ ৩৬৫, ১১ মে’ : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত মুৱামাৰী গাঁৱৰ ৭০ বছৰীয়া লম্পট বৃদ্ধ এজনৰ কামনাৰ বলি হ’ল ৫ বছৰীয়া কন্যা শিশু। এই বৃদ্ধ লম্পট জন মুৱামাৰী গাঁৱৰ ওৱাজেদ আলী। যোৱা বৃহস্পতিবাৰ দিনৰ ৩ বজাত এই …

এতিয়াৰে পৰা ব্যক্তিগতখণ্ডৰ চিকিৎসালয়সমূহৰ মইমতালি আৰু নচলিব : ৰোগীৰ মৃত্যু হ’লে চিকিৎসালয় কৰ্তৃপক্ষই আৱদ্ধ কৰি ৰাখিব নোৱাৰিব ৰোগীৰ মৃতদেহ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ মাৰ্চ : দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যত যধে-মধে গঢ় লৈ উঠা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহে ৰোগীক মাধ মাৰ শোধোৱাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছতেই এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে দিল্লীৰ উচ্চ ন্যায়ালয়ে । এতিয়াৰে …