শংকিত হৈ বিজেপিয়ে বহু সাংসদক দিয়া নাই প্ৰাৰ্থীত্ব : তৰুণ গগৈ
গুৱাহাটী, সংবাদ ৩৬৫, ২৫ মাৰ্চ : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল । সংবাদ মেলত বিজেপিক তীক্ষ্ণ সমালোচনা তৰুণ গগৈৰ। সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্তব্য বিজেপিয়ে টিকট নিদি প্ৰমাণ কৰিলে নিজ সাংসদৰ ব্যৰ্থতাৰ কথা । শংকিত হৈ বিজেপিয়ে বহু সাংসদক …