দক্ষিণ কামৰূপৰ ৰামপুৰত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ
দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ২৩ মাৰ্চ : কৈশোৰৰ মুহুৰ্ত নষ্টালজিক কৰাৰ সকলোৰে মন । তাৰ উদ্দেশ্যে আগত ৰাখিয়ে ৰামপুৰৰ নহিৰা গুইমাৰ আঞ্চলিক হাইস্কুলত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচী হাতত লৈ অনুস্থিত হৈছে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ । শনিবাৰৰ পৰা অনুস্থিত হোৱা …