“ডিয়েৰ জাৰ্ণি “ৰ শুভ উন্মোচন
গুৱাহাটী,সংবাদ৩৬৫, ১১ মাৰ্চ : এহাল দম্পত্তি,যিয়ে সফলতাৰে সম্পূৰ্ণ কৰিলে চাৰিমাহ জোৰা এক অভিলাসী মটৰ চাইকেল ভ্ৰমণ,যত সামৰি লোৱা হৈছিল এছিয়া আৰু ইউৰোপৰ ১৮ দেশ আৰু ২০,০০০ কিলোমিটাৰ। তেওঁলোকৰ উদ্দেশ্যে বৈচিত্ৰ্যময় ধৰিত্ৰীৰ সৌন্দৰ্য্য উদ্ঘাটন কৰা,প্ৰকৃতিক অকৃত্ৰিম ৰূপত বিচাৰি চোৱা আৰু বিশ্বৰ …