আৰক্ষীৰ জালত পৰিল গুৱাহাটী মহানগৰীৰ বশিষ্ঠত ট্ৰাকৰ চালকক আক্ৰমণ কৰা দুই কয়লা মাফিয়া

  গুৱাহাটী, সংবাদ৩৬৫,৬মাৰ্চ : বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কয়লা মাফিয়া তথা মূল অভিযুক্ত অশোক নাথ আৰু ৰমেশ ৰায়ক । ২০ ফেব্ৰুৱাৰীত কয়লা কঢ়িওৱা ট্ৰাকৰ চালকক বৰ্বৰতাৰে আক্ৰমণ কৰিছিল কয়লা মাফিয়াই । লগতে আক্ৰমণ কৰাই নহয় ইয়াৰ দৃশ্যও আপলোড কৰিছিল চচিয়েল …

বশিষ্ঠ ডকাইতি কাণ্ডৰ লগত জড়িত আন ডকাইতক গ্ৰেপ্তাৰ আৰক্ষীৰ

গুৱাহাটী,সংবাদ৩৬৫,৬মাৰ্চ: গুৱাহাটী মহানগৰীৰ বশিষ্ঠত ডকাইতি কাণ্ডৰ লগত জড়িত আন দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ । উল্লেখযোগ্য যে মঙলবাৰে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ কৰিছিল বশিষ্ঠ আৰক্ষীয়ে । ইয়াৰ পাছতে বুধবাৰে আন দুজন ডকাইতি কাণ্ডৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰিবলৈ …

সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলি থকা শীতল যুদ্ধৰ কুফল ভুগিছে অসমৰ ৰাইজে -তৰুণ গগৈ

গুৱাহাটী ,সংবাদ৩৬৫,৬ মাৰ্চ :সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। শীতল যুদ্ধ চলি আছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত। অমিত শ্বাহৰ ওচৰত দাম বঢ়াবলৈয়ে চলিছে এই যুদ্ধ। আৰু এই দুজনৰ শীতল যুদ্ধৰ কুফল ভুগিছে …

এয়া সাধাৰণ চহৰ নহয়,দক্ষিণ-পূব এছিয়াৰ কৰিডৰ-সৰ্বানন্দ সোনোৱাল

গুৱাহাটী, সংবাদ৩৬৫,৬মাৰ্চ: বুধবাৰে গুৱাহাটীত নতুন উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰা হয়। নতুন সেঁতুৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰ ২০১৮-১৯ প্ৰকল্পৰ অধীনত ৫৮.৭৪ কোটি টকা ব্যয় সাপেক্ষে ৰাধা গোবিন্দ বৰুৱা পথৰ পৰা গণেশগুৰি বিষ্ণু ৰাভা …

নৈশ বাছৰ পৰা জব্দ লক্ষাধিক টকাৰ ম্যানমাৰৰ অবৈধ সামগ্ৰী

গুৱাহাটী,সংবাদ৩৬৫,৫মাৰ্চ : মঙ্গলবাৰে মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এম এন -০১- বি এ ০০১১ নম্বৰৰ নৈশ বাছৰ পৰা আৰক্ষীয়ে জব্দ কৰে কেইবা লক্ষাধিক টকাৰ বাৰমিছ সামগ্ৰী। সোণাপুৰ আৰক্ষী থানাৰ জে পি সন্দিকৈয়ে কয় যে এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে …

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ধুবুৰীত উদ্বোধন কৰে ভাৰত- বাংলা আন্তৰাষ্ট্ৰীয় সীমান্তত স্মাৰ্ট ফেন্সিং

সংবাদ ৩৬৫, ৫মাৰ্চ : ভাৰত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা ,নিৰাপত্তা আৰু নিয়ন্ত্ৰন ব্যৱস্থাটো অধিক উন্নত কৰাৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অত্যাধুনিক প্ৰযুক্তিৰ স্মা্ৰ্ট ফেন্সিং ব্যৱস্থা প্ৰবৰ্তন কৰাৰ বাবে এখন আঁচনি গ্ৰহন কৰিছে । মঙ্গলবাৰে ‘সামূহিক সমন্বিত সীমান্ত ব্যৱস্থাপনা পদ্ধতি’ চমুকৈ …

অসমীয়া জাতিক ৰামঠগন দিলে নৰেন্দ্ৰ মোদীয়ে- অখিল

গুৱাহাটী, সংবাদ৩৬৫, ৫ মাৰ্চ : ছয় জাতিৰ জনজাতিকৰণ আৰু অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যকৰীকৰণৰ সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে বুধবাৰে এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদ মেলত অখিল গগৈয়ে কয় যে ছয় জাতিৰ জনজাতিকৰণ আৰু অসম চুক্তিৰ …

অবৈধভাৱে চুলাই মদ বিক্ৰীৰ মাজেদি নিজৰ নিজৰ ভোট বেংক অক্ষত ৰখাটোৱে বৰ্তমান শাসকগোষ্ঠীৰ নগ্ন চৰিত্ৰ

গুৱাহাটী, সংবাদ৩৬৫, ৫ মাৰ্চ : মঙ্গলবাৰে বেংক,বীমা,প্ৰতিৰক্ষা, বিদ্যুৎ,কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰ্মচাৰী আৰু সংগঠিত আৰু অসংগঠিত শ্ৰমিকৰ এটা দলে লক্ষ্মীধৰ বৰা ক্ষেত্ৰত সমবেত হৈ জে চি টি ইউ অসমৰ নেতৃত্বত এক প্ৰতিবাদী কার্যসূচী ৰূপায়ন কৰে। উক্ত প্ৰতিবাদটোত ৬ তা বিমানবন্দৰ ব্যক্তিগতকৰণ …

মেকলিইডচ ফাৰ্মাচিটিকেল প্ৰতিষ্ঠানৰ ৫ লাখ টকাৰ আৰ্থিক অনুদান বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়াললৈ

তামুলপুৰ,সংবাদ ৩৬৫, ৫ মাৰ্চ : মঙ্গলবাৰে দুপৰিয়া বীৰ ছহিদ মনেশ্বৰ বসুমতাৰী কলবাৰীস্থিত বাসগৃহত উপস্থিত হয় মেকলিইডচ ফাৰ্মাচিটিকেল নামৰ এক ঔষধ প্ৰতিস্থানৰ কৰ্মচাৰী বৃন্দ । বীৰ শ্বহীদ গৰাকীৰ পত্নী, পুত্ৰ আৰু কন্যাক লগ ধৰি গভীৰ সমবেদনা জ্ঞাপন কৰে প্ৰতিস্থানৰ তৰফৰ পৰা …

কমলপুৰত চিকিৎসকৰ বিৰুদ্ধে ৰোগীৰ অাত্মীয়ৰ এজাহাৰ দাখিল

বাইহাটা চাৰিঅালি,সংবাদ ৩৬৫,৫মাৰ্চঃ কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত উত্তেজনা । চিকিৎসকৰ কোঠাৰ পৰা কৰ্মৰত চিকিৎসকে গতিয়াই দিলে ৰোগীৰ আত্মীয়ক । এই অভিযোগ ৰোগীৰ আত্মীয়ৰ । কালি এটি স্থানীয় উদ্যোগত কৰ্মৰত মহিলা কৰ্মচাৰী এগৰাকী অসুষ্ঠ হৈ পৰাত ততালিকে ভৰ্তি কৰে কমলপুৰ …