নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কুমাৰীকাটাত ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ বাক্সা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ: প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ

তামুলপুৰ, সংবাদ ৩৬৫, ৬ জানুৱাৰী: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সংসদত শীঘ্ৰে গৃহীত কৰা হ’ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিলচৰৰ জনসভাত ঘোষনা কৰাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ঠায়ে ঠায়ে দল-সংগঠনৰ ব্যাপক আন্দোলনৰ সৃষ্টি হৈছে। …

পথ নিৰ্মাণক কেন্দ্ৰ কৰি বেজেৰাত নিশা উত্তেজনা: অভিযন্তাৰ গাফিলতিৰ অভিযোগ ৰাইজৰ

বাইহাটা চাৰিঅালিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫ ,৫ জানুৱাৰী: ৰাজ্যত জাতিধ্বংসী বিল নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি তীব্ৰ আন্দোলন, ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা আদি বিষয়বোৰৰ আন্দোলন, প্ৰতিবাদ আদি চলি থকাৰ সময়তে বাইহাটা চাৰিআলিৰ বেজেৰাত নিশা পথ নিৰ্মাণক কেন্দ্ৰ কৰি তীব্র …

কলগাছিয়াৰ বালাৰপথাৰত ভয়াৱহ অগ্নিকাণ্ড

কলগাছিয়া, সংবাদ ৩৬৫, ৫ জানুৱাৰী: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপথাৰ গাঁৱত শনিবাৰে আবেলি এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত আলি হুছেইন নামৰ এজন ব্যক্তিৰ এটি খেৰৰ পজা সম্পূর্ণৰূপে ভস্মীভূত হয়। বৰ্তমানেও এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা …

তামুলপুৰত উৎসৱমুখৰ পৰিৱেশ: সমন্বয় মিলন ভূমিত পৰিণত তামুলপুৰ

তামুলপুৰ, সংবাদ ৩৬৫, ৫ জানুৱাৰী: অহা ৭, ৮ আৰু ৯ জানুৱাৰীত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হ’ব নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫১ সংখ্যক কেন্দ্ৰীয় অধিবেশন । গৌজোন ফৌথাৰ(সমন্বয় ক্ষেত্ৰ)ত অনুষ্ঠিত হ’ব লগা কেন্দ্ৰীয় …

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে তামুলপুৰত জনজাতীয় সংগঠনৰ তিনি ঘন্টীয়া ধৰ্ণা

তামুলপুৰ, সংবাদ ৩৬৫, ৫ জানুৱাৰী: অসমত বসবাস কৰা ছয় জনগোষ্ঠী ক্ৰমে কোচ ৰাজবংশী, টাই আহোম , চুতীয়া, মৰাণ, মটক আৰু চাহ জনগোষ্ঠীক কেন্দ্রীয় চৰকাৰে জনজাতিকৰণ কৰিবলৈ ওলোৱা প্ৰক্ৰিয়াৰ বিৰুদ্ধে শনিবাৰে উত্তাল হৈ পৰে তামুলপুৰ | জনজাতি সংগঠনৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত …

তামুলপুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ বাগসা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

তামুলপুৰ, সংবাদ ৩৬৫, ৫ জানুৱাৰী: নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত শীঘ্ৰে গৃহীত কৰা হ’ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিলচৰৰ এখন জনসভাত ঘোষনা কৰাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ শনিবাৰে দুপৰীয়া ১২ বজাত তামুলপুৰত বাগসা জিলা সমিতিৰ …

ছয়গাৱত দিনে নিশাই ব্ৰহ্মপুত্ৰৰ বুকুত চলোৱা অবৈধ খনন কাৰ্যত ক্ষুব্ধ ৰাইজ: নিৰ্বিকাৰ জলসম্পদ বিভাগ

ছয়গাও, সংবাদ ৩৬৫, ৪ জানুৱাৰী: দক্ষিণ কামৰূপৰ ছয়গাও সমষ্টিত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ নামত নৈৰ বুকুত দিনে নিশাই অবৈধ খনন কাৰ্য চলাই অঞ্চলটোৰ একাংশ গৰাখহনীয়াগ্ৰস্ত লোকক ভয়াৱহ সংকটৰ দিশে ঠেলি দিছে ৰাজ্যৰ জলসম্পদ বিভাগে । ব্ৰহ্মপুত্ৰৰ বুকুত দিনে নিশাই এছকেভেটৰৰে খনন …

এ.পি.আই.চি.আৰ’ৰ উদ্যোগত এন আৰ চিৰ শুধৰণি সম্পৰ্কে প্ৰশিক্ষণ শিৱিৰ

বৰপেটা, সংবাদ ৩৬৫, ৪ জানুৱাৰী: এন আৰ চি সংক্ৰান্তীয় বহু নাগৰিকৰ ভূল নাম শুধৰণি কেনেকৈ কৰিব পাৰি তাৰ বাবে শুকুৰবাৰে উত্তৰ বৰপেটাৰোডৰ আদৰ্শ জাতীয় বিদ্যালয়ত এচো’চিয়েছন ফৰ প্ৰটেকশন অফ ইণ্ডিয়া চিটিজেনশ্বিপ ৰাইটছ টমুকৈ এ.পি.আই.চি.আৰ’ৰ উদ্যোগত এক প্ৰশিক্ষন শিৱিৰৰ আয়োজন কৰা …

তামুলপুৰত ইমানুৱেল মুছাহাৰীৰ আঠ লাখ টকীয়া ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ আধাৰশিলা স্থাপন

তামুলপুৰ, সংবাদ ৩৬৫, ৪ জানুৱাৰী: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ নাগ্ৰীজুলি বজাৰৰ সমীপত শুকুৰবাৰে দিনৰ ১২ বজাত গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনত আঠ লাখ টকা ব্যয় সাপেক্ষে এছ.ও. ডি.পি. আঁচনিৰ জৰিয়তে নিৰ্মান হ’বলগীয়া এটি …

‘ডি’ ভোটাৰৰ বাসভৱনত হিউমেন ৰাইটচ্ এণ্ড এন্ট্ৰী ক’ৰাপচন ফাউণ্ডেশ্যনৰ সংবাদ মেল

বৰপেটা, সংবাদ ৩৬৫, ৪ জানুৱাৰী: শুকুৰবাৰে হিউমেন ৰাইটচ্ এণ্ড এন্ট্ৰী ক’ৰাপচন ফাউণ্ডেশ্যনৰ এখনি সংবাদ মেল অনুষ্ঠিত কৰা হয়। ৰাজ্য চৰকাৰে একাংশ সহজ-সৰল অশিক্ষিত দৰিদ্ৰ মানুহৰ দৰিদ্ৰতা তথা দূৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি বৈধ ভাৰতীয় নাগৰিকৰ নাগৰিকৰ নামত ডি’ভোটৰ সজাই অমানৱীয় হাৰাশাস্তি …