ম্যাদী পট্টাৰ মাটিত বালি মহল আৱণ্টন দিয়া আৰু বালি ভৰ্তি ট্ৰাক সমূহ মথাউৰিৰ ওপৰেৰে অহা-যোৱা কৰি মথাউৰীৰ ক্ষতি সাধন কৰাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া অব্যাহত আছে গোলাঘাট জিলাৰ বৰপথাৰবাসী ৰাইজৰ মাজত
বৰপথাৰ, সংবাদ ৩৬৫, ৪ নৱেম্বৰ: বৰপথাৰৰ খণ্ড বনবিষয়া ৰাজীৱ কাকতিয়ে প্ৰেৰণ কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি বিগত বহু বছৰ ধৰি অবৈধ ভাৱে চলি থকা ধনশিৰি নদীৰ বালি মহলৰ বনবিভাগে নিবিদা আহ্বান কৰিছিল। খণ্ড বনবিষয়া গৰাকীয়ে প্ৰেৰণ কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি …