গোসাইগাৱত সেনা-আৰক্ষীৰ যৌথ অভিযানত মাৰনাস্ত্ৰ সহ কে এল অৰ এজন সদস্যক আটক

গোসাইগাও, সংবাদ ৩৬৫, ১৯ অক্টোৱৰ: ৰাজ্যৰ প্রান্তে প্রান্তে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উল্লাখৰ মাজতেই শুকুৰবাৰে কোকৰাঝাৰ জিলাৰ গোসাইগাৱঁত সেনা-আৰক্ষীৰ যৌথ অভিযানত মাৰনাস্ত্ৰ সহ কে এল অৰ এজন সদস্যক আটক কৰা হয়। যোৱা ১৭ অক্টোৱৰত গোসাইগাৱঁত সেনা-আৰক্ষীয়ে যৌথ অভিযান চলাই কে এল …

বৰ্ষাপাৰা ষ্টেডিয়ামত কটকটীয়া নিৰাপত্তাৰ মাজত অনুশীলন কৰিলে ভাৰত আৰু ৱেষ্ট ইণ্ডিজ দলে

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ অক্টোবৰ: অহা ২১ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত  ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হ’ব লগা এদিনীয়া ক্ৰিকেট মেচৰ পূৰ্বে আজি দুয়োটা দলে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুশীলন চলায়। আজি পুৱা ৯ বজাত দুয়োটা দল বিশেষ বাছ যোগে কটকটীয়া …

আজি কাতি বিহু: ৰাজ্যজুৰি পালন কৰা হ’ল কাতি বিহু

অভয়াপুৰী, সংবাদ ৩৬৫, ১৮ অক্টোবৰ: “তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰাম চন্দ্ৰই হৰ ধনু মাৰে”। আজি কাতি বিহু। ৰাজ্যজুৰি পালন কৰা হ’ল কাতি বিহু। কঙালীৰ গৰ্ভতে অংকুৰিত হওক ভোগালীৰ বীজ আজি কাতি বিহু। শাৰদীয় দুৰ্গোৎসৱৰ উছাহৰ মাজতে …

অসমৰ ক্ৰীয়া জগতৰ বাবে পুনৰ এক সুখবৰ: মিষ্টাৰ প্ৰতিযোগিতাত অংশগ্ৰহন কৰিবলৈ ইউৰোপলৈ ৰাওনা অসম সন্তান গোলাপ ৰাভা

বকো, সংবাদ ৩৬৫, ১৮ অক্টোবৰ: স্বৰ্ণকন্যা হিমা দাসৰ পিছতেই পুনৰ এক সুখবৰ কঢ়িয়াই আনিছে দক্ষিণ কামৰূপৰ বকোৰ গোলাপ ৰাভাই। মিষ্টাৰ প্ৰতিযোগিতাত অংশগ্ৰহন কৰিবলৈ ইউৰোপলৈ ৰাওনা হয় গোলাপ ৰাভা। ইউৰোপৰ লিথোৱানিয়াত অনুস্থিত হ’বলগীয়া মিষ্টাৰ ৱৰ্ল্ডৰ শৰীৰ চৰ্চাৰ বাবে মনোনীত হৈছে গোলাপ …

বাক্সাৰ নাওকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত ২, আহত ২

বাক্সা, সংবাদ ৩৬৫, ১৮ অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱৰ উখল মাখল পৰিৱেশৰ মাজতেই বাক্সা জিলাৰ নাওকাটাৰ জলঠেঙপাৰ চকত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। জি এ০৬ এইছ৩৬৫৭ নম্বৰৰ পালচাৰ বাইক আৰু এ২৫ জি৭৮১০ নম্বৰৰ গ্লেমাৰ বাইক এখনৰ মুখামুখী সংঘৰ্ষ হয়। ফলত দুজন …

পথ নিৰ্মানৰ নামত দৰংত ৩৪ কোটি টকাৰ কেলেংকাৰী: প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা ৰূপায়নত অনিয়মৰ অভিযোগ: বিধায়কৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ উত্থাপন

দৰং, সংবাদ ৩৬৫, ১৮ অক্টোবৰ: দৰং জিলাৰ ৬৮ নং দলগাওঁ সমষ্টিৰ বিধায়ক ইলিয়াচ আলিৰ নামত ৩৪.৯০১ কোটি টকীয়া এক বৃহৎ কেলেংকাৰীত সাঙোৰ খাই পৰাৰ অভিযোগ শ্যামপুৰ আঞ্চলিক আমছুৰ সাধাৰণ সম্পাদক ছোলেমান ফাৰাছী, সভাপতি বাবুল হুছেইন আৰু লগতে স্থানীয় ৰাইজৰ। জিলাখনৰ …

বৰ্ষাপাৰা ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজ দলৰ অনুশীলন

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱৰ পিছতে মহানগৰীত আৰম্ভ হ’ব ক্ৰিকেটৰ উন্মাদনা। অহা ২১ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত এদিনীয়া ক্ৰিকেট মেচখন অনুষ্ঠিত হ’ব। ভৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত পাঁচখন এদিনীয়া মেচৰ শৃংখলাৰ প্ৰথমখন …

হোজাইৰ বিজেপি বিধায়ক শিলাদত্য দেৱৰ বিৰুদ্ধে তামুলপুৰ থানাত এজাহাৰ দাখিল তামুলপুৰ জিলা এ বি এম ছুৰ

তামুলপুৰ, সংবাদ ৩৬৫, ১৭ অক্টোবৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত তামুলপুৰ অাৰক্ষী থানাত বুধবাৰে তামুলপুৰ জিলা এ বি এম ছুৱে শিলাদিত্য দেৱে কৰা সাম্প্ৰদায়িক মন্তব্য আৰু এন আৰ চিক অৱমাননা কৰাৰ প্ৰতিবাদত এখন এজাহাৰ দাখিল কৰে। উল্লেখযোগ্য যোৱা ১৩ অক্টোৱৰ …

ৰাজ্যৰ চৌদিশে পূজাৰ আনন্দ: মহাষ্টমী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত বিজেপিৰ সভাপতি অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ লগতে সমাগম হাজাৰ হাজাৰ ভক্তৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱলৈ নাতিশীতোষ্ণ পৰিৱেশে।আনি দিছে অনন্য যাত্ৰা। তাৰ মাজতে আজি যাৱতীয় বিধিৰে সম্পন্ন কৰা হয় মহাঅষ্টমী। সমগ্ৰ ৰাজ্যতে দুৰ্গোৎসৱক লৈ উখল মাখল পৰিৱেশৰ লগতে মহানগৰীৰ বিভিন্ন পূজা মণ্ডপ সমূহৰ লগতে শক্তিপীঠ কামাখ্যাটো অষ্টমী পূজাক লৈ …

গুৱাহাটীত আহি পালেহি ভাৰতীয় ক্ৰিকেট দলৰ লগতে ৱেষ্ট ইণ্ডিজৰ দল: বিমানবন্দৰত প্রিয় তাৰকা জনক চাবলৈ হেতা-ওপৰা অনুগামীৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ অক্টোবৰ: দুৰ্গা পূজাৰ আনন্দ উছাহৰ লগতে ২১ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুস্থিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট খেলৰ বাবে দুপৰীয়া প্ৰায় ১:৩০ বজাত জেট এয়াৰৱেজৰ এক বিশেষ বিমানযোগে আহি গুৱাহাটীত উপস্থিত হয় ভাৰতীয় ক্ৰিকেট দলৰ লগতে ৱেষ্ট ইণ্ডিজৰ …