অৱশেষত ঐতিহাসিক ৰায়দান পঞ্চ শ্বহীদৰ: ডাঙৰীৰ পঞ্চ শ্বহীদৰ পালে পৰিয়ালে সুবিচাৰ: সাত সেনা বিষয়া-জোৱানক যাবজ্জীৱন কাৰাদণ্ড
কাকপথাৰৰ পৰা দ্বীপেন লহকৰ, সংবাদ ৩৬৫, ১৪ অক্টোবৰ: তিনিচুকীয়া জিলাৰ ডাঙৰীৰ ৫ জন আছু কৰ্মীক ১৯৯৪চনৰ ২২ ফ্ৰেব্ৰুৱাৰীত শোৱাপাটীৰ পৰা উঠাই নি ২৩ ফ্ৰেব্ৰুৱাৰীত ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত আলফা সজাই নিৰ্মমভাৱে হত্যা কৰিছিল ভাৰতীয় সেনা বাহিনীৰ ১৮ নং পঞ্জাৱ ৰেজিমেণ্টে। এই …