ৰাণীত শিলভৰ্তি ডাম্পাৰ দুৰ্ঘটনাত কঠমপি প্ৰানৰক্ষা বহু ছাত্ৰ-ছাত্ৰীৰ

পলাশবাৰী, সংবাদ ৩৬৫, ১০ অক্টোবৰ: মহানগৰীৰ সমীপৱৰ্তী ৰাণীত একাংশ ডাম্পাৰ চালকৰ সন্ত্ৰাসত অতিষ্ঠ হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি অঞ্চলটোৰ সাধাৰন ৰাইজ । অসম-মেঘালয় সীমান্তৱৰ্তী ব্যস্ততাপূৰ্ণ ৰাণী এন ই চি ৰোডত সঘনাই ডাম্পাৰৰ মইমতালীয়ে প্ৰায়ে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰি আহিছে । অসম-মেঘালয় …

ৰঙিয়াত অবৈধ বালি খননৰ বিৰুদ্ধে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি

ৰঙিয়া, সংবাদ ৩৬৫, ১০ অক্টোবৰ: অবৈধ বালি খননৰ বিৰুদ্ধে অভিযানত নামিল ৰঙিয়া মহকুমাৰ মহকুমাধিপতি । দীৰ্ঘদিন ধৰি বৰলীয়া নৈত চলি আহিছিল বালিৰ ছিণ্ডিকেট । বুধবাৰে মহকুমাধিপতিয়ে অবৈধ বালিৰ ছিণ্ডিকেট উৎখাত কৰি জব্দ কৰে চাৰিখনকৈ টেক্টৰো । দুদিন পূৰ্বেও ৰঙিয়া বন …

শিক্ষকৰ ৰূপত মুখ্যমন্ত্ৰী: দক্ষিণ কামৰূপৰ বাগান জাৰাপাটাত গুণোৎসৱত ভাগ ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে

দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ৯ অক্টোবৰ: শিক্ষাৰ গুণগত মান সম্পৰ্কে ৰাজ্য চৰকাৰো বিশেষভাৱে সচেতন। সেই উদ্দেশ্য সাধনৰ বাবেই ৰাজ্য চৰকাৰে ‘গুণোৎসৱ- মানৰ উৎসৱ’ নামেৰে ২০১৭ বৰ্ষৰ পৰা এটি পদক্ষেপ হাতত লৈছে। এইয়া হৈছে ৰাজ্য চৰকাৰ, সৰ্ব শিক্ষা অভিযান, অসম ৰাজ্যিক …

লামডিঙত ৰেলৱে আৰক্ষীৰ অভিযানত জব্দ ৫০ কেজি গাঞ্জা

লামডিঙ, সংবাদ ৩৬৫, ৯ অক্টোবৰ: চলন্ত ৰেলযোগে নিচাজাতীয় সামগ্ৰী সৰবৰাহ হৈ থকাৰ অভিযোগ সততে উত্থাপিত হোৱাৰ সময়তে মঙ্গলবাৰে লামডিঙত ৰেল আৰক্ষীৰ অভিযানত জব্দ হয় ৫০ কেজি গাঞ্জা। লামডিং ৰেল আৰক্ষীৰ টহলদাৰী এটা দলে নামনিমূৱা ১২৩৪৫ ডিব্ৰুগড় – নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছৰ …

স্প’ৰ্টছক্ৰাফ্‌ট-গুৱাহাটী চিটী এফ চিৰ মহাআয়োজন: অসমত প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ব বেবী লীগ

গুৱাহাটী, সংবাদ ৩৬৫, ৯ অক্টোবৰ: শৈশৱৰপৰা খেলুৱৈক নিয়মীয়া প্ৰতিযোগিতাৰ সুযোগ দিয়া আৰু ভৱিষ্যতৰ তাৰকা গঢ়াৰ লক্ষ্যৰে অসমত পোন প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ব গ্ৰেটাৰ গুৱাহাটী বেবী লীগ চমুকৈ জি জি বি এল৷ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে ( এ আই এফ এফ) হাতত …

অসম আৰক্ষীৰ বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ত হায়াত হাস্পতালৰ স্বাস্থ্য শিবিৰ

গুৱাহাটী, সংবাদ ৩৬৫, ৯ অক্টোবৰ: অসম আৰক্ষীৰ বিশেষ শাখাৰ সহযোগত আৰু হায়াত হাস্পতালৰ উদ্যোগত মঙ্গলবাৰে কাহিলিপাৰাস্থিত বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এক স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। স্বাস্থ্য শিবিৰ মুকলি কৰি বিশেষ শাখাৰ ডি আই জি প্ৰশান্ত কুমাৰ দত্তই কয় যে …

ৰাজ্য চৰকাৰৰ স্বাস্থ্য কেন্দ্ৰৰ নমুনা: গছৰ তলত ছটফটাই থাকিবলগীয়া হয় প্ৰসূতি: জনীয়াৰ ৰাজ্যিক চিকিৎসালয়ৰ নাৰ্চৰ দৌৰাত্ম্য: পুৱা ৭ বজাৰ পৰা ২ বজালৈ গছৰ তলত ছটফটাই থাকিবলগীয়া হয় প্ৰসূতি

কলগাছিয়া, সংবাদ ৩৬৫, ৯ অক্টোবৰ: ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ নমুনাৰ বাবে গছৰ তলতে ছটফটাই থাকিব লগীয়া হয় প্ৰসূতি। বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ ৰাজ্যিক চিকিৎসালয়ৰ নাৰ্চ সকলৰ দৌৰাত্ম্যই চিন্তিত কৰি তুলিছে জনীয়া অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজক। সোমাবাৰে পুৱা ৭ বজাত জনীয়া গাওঁ …

তামুলপুৰত অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকৰ মৃত্যু: আৰ্থিক দুৰৱস্থাৰ ফলতেই অকাল মৃত্যুক সাৱটি লয়

তামুলপুৰ, সংবাদ ৩৬৫, ৮ অক্টোবৰ: ৰাজ্যত আৰু এগৰাকী অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকৰ মৃত্যু হয়। বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ বতিয়ামাৰী এম ই স্কুলৰ হিন্দি বিষয়ৰ সহঃ শিক্ষক এগৰাকী সোমবাৰে মৃত্যুমুখত পৰে। কেবাদিন ধৰি কিডনীৰ সমস্যাত ভুগি অৰ্থৰ অভাৱত পৰি বিনা চিকিৎসাই মৃত্যুক …

তামুলপুৰত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন বাক্সা জিলা সমিতিৰ উদ্যোগত তিনি ঘন্টীয়া গন ধৰ্না কাৰ্যসূচী

তামুলপুৰ, সংবাদ ৩৬৫, ৮ অক্টোবৰ: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰন প্ৰক্ৰিয়াত ষড়যন্ত্ৰমূলক ভাৱে বিভিন্ন অজুহাতত প্ৰকৃত ভাৰতীয় হিন্দু বাঙালী সলক বিদেশী সজোৱাৰ কু চক্ৰান্ত কৰাৰ অভিযোগ তুলি এই কু চক্ৰান্ত বন্ধ কৰাৰ লগতে এনে গাফিলতিৰ বাবে দায়ী বিষয়া সকলক শাস্তি প্ৰদান …

তামুলপুৰত দুটাকৈ পথ দুৰ্ঘটনা: আহত চাৰিজন

তামুলপুৰ,সংবাদ ৩৬৫, ৮ অক্টোবৰ: বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত ৰঙিয়া-ভূটান আন্ত:ৰাষ্ট্ৰীয় ঘাইপথৰ বৰখোপা এম ই এছ চ’ক আৰু তামুলপুৰ পুৰন চকত দুটাকৈ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ গেৰুৱৰা গাঁৱৰ জাকিৰ হুছেইন(৪০) বেলবাৰীৰ কলমেশ পাটগিৰি ( ২২) ৰাহুল পাটগিৰি আৰু দ্বাৰকুছিৰ …