বাঘবৰত আটক দুই প্ৰবঞ্চক: সংগঠনৰ নাম লৈ ধন দাবী কৰাৰ অভিযোগত আটক দুই প্ৰবঞ্চক
বৰপেটা, সংবাদ ৩৬৫, ৮ অক্টোবৰ: বৰপেটা জিলাৰ বাঘবৰ বজাৰত ব্যৱসায়ীৰ পৰা ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয় দুই প্ৰবঞ্চকৰূপী যুৱক। ধৃত প্ৰবঞ্চক দ্বয় ক্ৰমে বৰপেটাৰ কয়াকুছি গাৱৰ ৰাহুল আমিন ( ২৭ ), ১ নং চাছৰাৰ ৰহিম বাদশা ( ২৬ )। …