বটদ্ৰৱাত নাৰী সবলীকৰণৰ গুৰুত্ব শীৰ্ষক আলোচনা চক্ৰ
বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ১৮ নৱেম্বৰ: দেওবাৰে নগাওঁ জিলাৰ বটদ্ৰৱাস্থিত জামতলত ড: কালামচ ইন্সটিটিউট অফ এডভান্চ ষ্টাডিচৰ সৌজন্যত নাৰী সবলীকৰণ আৰু গুৰুত্ব শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় ৷ অনুষ্ঠানটোৰ অধক্ষ্য আনচাৰুল হকে আত ধৰা সভাখনত বটদ্ৰৱা …