বঙৰাত বিদ্যুৎ পৰিবাহী তাৰ ছিঙি পৰিল স্কুটি আৰোহীৰ শৰীৰত : ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি
গুৱাহাটী, সংবাদ ৩৬৫, ৩ অক্টোবৰ: বৰঝাৰ বিমানবন্দৰ নৱীকৰণৰ উদেশ্যে বঙৰাৰ ৰাইবড়ী-কৈতাসিদ্ধিৰ সমগ্ৰ গছ কটাৰ সিদ্ধান্ত হাতত লৈছে চৰকাৰ তথা অথৰিতি বিভাগে। বঙৰাত ইতিমধ্যে অথৰিতি বিভাগে আৰম্ভ কৰিছে গছ কটা কাৰ্য । কিন্তু এইখিনিতে বিভাগীয় কৰ্তৃপক্ষই কৰিলে গাফিলতি । কামৰূপ জিলাৰ …