মদিনালৈ উৰা মাৰিলে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো হজযাত্ৰীৰ দল
গুৱাহাটী, সংবাদ ৩৬৫, ১৪ জুলাইঃ গুৱাহাটীৰ হাজি মুছাফিৰ খানাত সমূহীয়া দোৱাৰ পিছত শনিবাৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথটো হজযাত্ৰীৰ দল মদিনালৈ যাত্ৰা কৰিলে। মদিনালৈ যোৱাৰ পূৰ্বে প্ৰথমটো হজযাত্ৰীৰ দলটোক বিদায় দিবলৈ কেইবাশতাধিক লোকে ভিৰ কৰা পৰিলক্ষিত হয় হাজি মুছাতফিৰ খানা আৰু বৰঝাৰ …